• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Sunday, June 29, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

বিপদত পৰিছে জুকাৰবাৰ্গ! ৭,১০০ কোটি টকাৰ জৰিমনা ভৰিব লাগিব মেটাই। কিন্তু কিয়?

News Desk by News Desk
November 15, 2024
in আন্তঃৰাষ্ট্ৰীয়
Share on FacebookShare on Whatsapp

বিপদত পৰিছে মাৰ্ক জুকাৰবাৰ্গৰ কোম্পানী মেটা। মেটাক ৭৯৮ মিলিয়ন ইউৰো জৰিমনা বিহিছে ইউৰোপীয় সংঘই। ইয়াৰ মূল্য ভাৰতীয় মুদ্ৰাত ৭,১০০ কোটি টকাতকৈও অধিক।

ইউৰোপীয় ইউনিয়নৰ অভিযোগ অনুসৰি, মেটাই নিজৰ অনলাইন ক্লাছিফাইড বিজ্ঞাপন সেৱা ফেচবুক মাৰ্কেটপ্লেছক নিজৰ ব্যক্তিগত ছ’চিয়েল নেটৱৰ্ক ফেচবুকৰ সৈতে সংযোগ কৰিছে।  মেটা প্লেটফৰ্মত মেটাই অন্যান্য অনলাইন ক্লাছিফাইড এড সেৱা প্ৰদানকাৰীৰ ওপৰত অন্যায় চৰ্ত আৰোপ কৰিছে। ই ‘এণ্টি-ট্ৰাষ্ট নিয়ম’ উলংঘা কৰিছে।

বৃহস্পতিবাৰে ইউৰোপীয় ইউনিয়নে এক বিবৃতি জাৰি কৰে। বিবৃতিটোত কোৱা হৈছে যে, “মেটাই অনলাইন ক্লাছিফাইড বিজ্ঞাপন সেৱা ফেচবুক মাৰ্কেটপ্লেছক ব্যক্তিগত ছ’চিয়েল মিডিয়া ফেচবুকৰ সৈতে সংযোগ কৰি অন্যান্য অনলাইন ক্লাছিফাইড বিজ্ঞাপন সেৱা প্ৰদানকাৰীৰ ওপৰত অন্যায় চৰ্ত আৰোপ কৰি ইউৰোপীয় সংঘৰ ‘এণ্টিট্ৰাষ্ট আইন’ উলংঘা কৰিছে।” এই কাৰণতে কোম্পানীটোক জৰিমনা বিহা হৈছে।

ইয়াৰ উপৰিও ইউৰোপীয় আয়োগৰ প্ৰতিযোগিতা নীতিৰ দায়িত্বত থকা কাৰ্যবাহী উপ-সভাপতি মাৰ্গ্ৰেথ ভেষ্টাগাৰে এই জৰিমনা সন্দৰ্ভত এক বিবৃতি প্ৰদান কৰে। সেই বিবৃতিত তেওঁ কয় যে ছ’চিয়েল মিডিয়াৰ আধিপত্যৰ সুবিধা লৈ ব্যক্তিগত ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰি প্ৰচাৰমূলক বিষয়বস্তুৰ বিজ্ঞাপন দিয়াৰ বাবে ইউৰোপীয় আয়োগে মেটাক এই জৰিমনা বিহিছে।

ইউৰোপীয় ইউনিয়নে লক্ষ্য কৰে যে ফেচবুক ব্যৱহাৰকাৰীসকলে এনে বজাৰৰ সৈতে জড়িত হয়। ফলত ব্যৱহাৰকাৰীয়ে ভাল পাওক বা নাপাওক, ফেচবুকৰ অনলাইন ক্লাছিফাইড এডছ সেৱা তেওঁলোকৰ ওচৰলৈ নিয়মীয়াকৈ আহিব। আৰু ইয়াৰ অতিৰিক্ত সুবিধা আছে ফেচবুকৰ। কিন্তু সুবিধাৰ ফলত আন বহুতো ক্লাছিফাইড এড সেৱা ক্ষতিগ্ৰস্ত হৈছে। যাৰ ফলত ৭,১০০ কোটি টকা জৰিমনা বিহা হৈছে মেটাক।

Previous Post

ফটো উঠাৰ চখ! কাষৰ জনক গোৰ মাৰি আঁতৰালে বিজেপি নেতাই

Next Post

চামগুৰি সমষ্টিৰ ৩৩টা ভোটগ্ৰহণ কেন্দ্ৰত ৰিগিঙৰ অভিযোগ : পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ দাবীৰে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ সাংসদ ৰকিবুল হুছেইনৰ জৰুৰী স্মাৰকপত্ৰ

Related Posts

সামাজিক মাধ্যমত দিয়া পোষ্টৰ ওপৰতো ভিত্তি কৰি বাতিল হ’ব পাৰে আমেৰিকাৰ ভিছা আৰু গ্ৰীণ কাৰ্ডৰ আবেদন, ‎কৈছে আমেৰিকাই
আন্তঃৰাষ্ট্ৰীয়

সামাজিক মাধ্যমত দিয়া পোষ্টৰ ওপৰতো ভিত্তি কৰি বাতিল হ’ব পাৰে আমেৰিকাৰ ভিছা আৰু গ্ৰীণ কাৰ্ডৰ আবেদন, ‎কৈছে আমেৰিকাই

April 14, 2025

April 11, 2025
দ্ৰুতগতিত হ্ৰাস পাব ফোন, টিভি, ফ্ৰীজৰ দাম ! ট্ৰাম্পৰ চীনা শুল্ক নীতিৰ দ্বাৰা কেনেদৰে লাভান্বিত হ’ব ‎ভাৰত? ‎
আন্তঃৰাষ্ট্ৰীয়

দ্ৰুতগতিত হ্ৰাস পাব ফোন, টিভি, ফ্ৰীজৰ দাম ! ট্ৰাম্পৰ চীনা শুল্ক নীতিৰ দ্বাৰা কেনেদৰে লাভান্বিত হ’ব ‎ভাৰত? ‎

April 10, 2025
Next Post
চামগুৰি সমষ্টিৰ ৩৩টা ভোটগ্ৰহণ কেন্দ্ৰত ৰিগিঙৰ অভিযোগ : পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ দাবীৰে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ সাংসদ ৰকিবুল হুছেইনৰ জৰুৰী স্মাৰকপত্ৰ

চামগুৰি সমষ্টিৰ ৩৩টা ভোটগ্ৰহণ কেন্দ্ৰত ৰিগিঙৰ অভিযোগ : পুনৰ ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ দাবীৰে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তলৈ সাংসদ ৰকিবুল হুছেইনৰ জৰুৰী স্মাৰকপত্ৰ

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.