ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসৰ দিনাই অসমবাসীলৈ সুখবৰ
এশ মিটাৰ দৌৰত নতুন ৰাষ্ট্ৰীয় অভিলেখ
অসমৰ অম্লান বৰগোহাঁই আন্তঃৰেলৱে এথলেটিকছ চেম্পিয়নশ্বিপত আজি ১০.২৫ ছেকেণ্ডত এশ মিটাৰ দৌৰ সম্পন্ন কৰি নতুন ৰাষ্ট্ৰীয় অভিলেখ স্থাপন কৰে
ৰাইবেৰেলীত অম্লানে সোমবাৰে ২০১৬ চনত অমিয় কুমাৰ মল্লিকে গঢ়া ১০.২৬ ছেকেণ্ডৰ অভিলেখ ভংগ কৰে