ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত – নয়নমণি শইকীয়াক DSP পদত নিযুক্তিৰ সিদ্ধান্ত অসম চৰকাৰৰ।চৰকাৰৰ তৰফৰ পৰা নয়নমণিক প্ৰদান কৰা হ’ব ৫০ লাখ টকা।পূৰ্বতে বন বিভাগত ডেপুটি কামাণ্ডেন্ট পদৰ বাবেও নিযুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল খেলুৱৈগৰাকীক। শেহতীয়াকৈ বাৰ্মিংহামত অনুষ্ঠিত কমনৱেলথ গেমছত ল’নবল প্ৰতিযোগিতাত নয়নমণিয়ে দলীয়ভাবে লাভ কৰিছিল স্বৰ্ণ পদক।