🔹অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত ।
🔹 টাৱাঙৰ সমীপত জেমিথাং বিটিকে অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত চিতা হেলিকপ্টাৰ খন।
🔹দুৰ্ঘটনাত এজন পাইলটে প্ৰাণ হেৰুৱাৰ উপৰিও আন এজন পাইলট আঘাতপ্রাপ্ত হয়।
🔹 জেমিথাঙৰ সুৰৱা চাম্বাৰ পৰা দৈনিক উৰণৰ বাবে উৰা মাৰিছিল হেলিকপ্টাৰখন ৷
🔹আঘাতপ্রাপ্ত পাইলট জনক ততাতৈয়াকৈ লৈ যোৱা হৈছে চিকিৎসালয়লৈ