• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Saturday, June 28, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

ময়ো আমূল তাজা খাই ডাঙৰ-দীঘল হোৱা নাই : মুখ্যমন্ত্ৰীক উভটি ধৰিলে ভূপেন বৰাই

News Desk by News Desk
April 30, 2025
in অসম
Share on FacebookShare on Whatsapp

পঞ্চায়ত নিৰ্বাচনত কেইটামান ভোটৰ লালসাত ৰাজ্যৰ চৰকাৰী মহিলা কৰ্মচাৰী আৰু আইমাতৃসকলক অপমান কৰিবলৈকো কুণ্ঠাবোধ নকৰা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ওভতি ধৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই। ২৪ ঘণ্টাৰ ভিতৰত অসমৰ আইমাতৃসকলৰ ওচৰত ক্ষমা খুজিবলৈ কোৱাক লৈ আজি মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা বিৰূপ মন্তব্যৰো তীক্ষ্ন প্ৰত্যুত্তৰ দিয়ে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

হোজাইৰ বিন্নাকান্দিৰ মোৰাঝাৰত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত সভাপতি বৰাই মুখ্যমন্ত্ৰীয়ে ‘মই মাৰ গাখীৰ খাই ডাঙৰ-দীঘল হৈছো’ বুলি কৰা মন্তব্য সন্দৰ্ভত কয় যে তেওঁৱো মাকৰ গাখীৰ খাইয়েই ডাঙৰ হৈছে। তেওঁ কয়, ”মুখ্যমন্ত্ৰীয়ে কৈছে যে তেওঁ মাকৰ গাখীৰ খাই ডাঙৰ হৈছো। মই কৈছো যে মইয়ো আমূল তাজা খাই ডাঙৰ-দীঘল হোৱা নাই। আমিও মাৰ গাখীৰ খাইয়েই ডাঙৰ হৈছো। গতিকে আমি কালৈকো ভয় কৰা মানুহ নহয়’’

মুখ্যমন্ত্ৰীৰ মন্তব্যক ওভতি ধৰা ভূপেন কুমাৰ বৰাই এআইইউডিএফৰ বিধায়ক ছিৰাজুদ্দিন আজমলকো তীব্ৰ সমালোচনা কৰে। সমষ্টিত থকাৰ পৰিৱৰ্তে বিধায়কগৰাকী বিদেশতহে বেছিদিন থাকে বুলিও কয় বৰাই। বদৰুদ্দিন আজমলৰ এআইইউডিএফ দলক বিজেপিৰ ‘বি’ টীম আখ্যা দি তেওঁ কয়, ”আজমলৰ দলৰ সৈতে থকা ভিতৰুৱা বুজা-পৰাৰে হিমন্ত চৰকাৰ টিকি আছে। বি-টীম দলটোক আঁতৰাই দিলে হিমন্ত চৰকাৰো শেষ হৈ যাব।’’ বিজেপিৰ চৰকাৰৰ দিনত এটা বিশেষ পৰিয়ালৰ লগতে আজমলৰ পৰিয়ালৰো উন্নতি হৈছে বুলিও তেওঁ কয়। বিজেপিৰ ‘বি’ টীম এআইইইডিএফক উৎখাত কৰি হিমন্ত চৰকাৰকো শিক্ষা দিবৰ বাবে পঞ্চায়ত নিৰ্বাচনেই উপযুক্ত সময় বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে।

Previous Post

ৰাজ্য চৰকাৰৰ মহিলা কৰ্মচাৰীক অপমান মুখ্যমন্ত্ৰীৰ : কাইলৈ জিলাই জিলাই মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ তৰিব কংগ্ৰছে

Next Post

সন্ত্ৰাসবাদী সংগঠনক টকাৰ যোগান ধৰিছিল নেকি মোদী ঘনিষ্ঠ আদানীৰ মুন্দ্ৰা পোৰ্টে ?

Related Posts

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী
অসম

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

June 16, 2025
অসম প্ৰদেশ কংগ্ৰেছত নতুন কমিটি গঠন : কাৰ কাৰ ভাগত কি দায়িত্ব পৰিল জানো আহক
অসম

অসম প্ৰদেশ কংগ্ৰেছত নতুন কমিটি গঠন : কাৰ কাৰ ভাগত কি দায়িত্ব পৰিল জানো আহক

May 26, 2025
ফাঁকি ফাঁকি এই মন! আজি টালি-টোপোলা বন্ধা দিৱস
অসম

ফাঁকি ফাঁকি এই মন! আজি টালি-টোপোলা বন্ধা দিৱস

May 16, 2025
Next Post

সন্ত্ৰাসবাদী সংগঠনক টকাৰ যোগান ধৰিছিল নেকি মোদী ঘনিষ্ঠ আদানীৰ মুন্দ্ৰা পোৰ্টে ?

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.