• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Sunday, June 29, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

ফাঁকি ফাঁকি এই মন! আজি টালি-টোপোলা বন্ধা দিৱস

News Desk by News Desk
May 16, 2025
in অসম
Share on FacebookShare on Whatsapp

আজি ১৬ মে’ অৰ্থাৎ টালি-টোপোলা বন্ধা দিৱস। ২০১৪ চনত লোকসভা নিৰ্বাচনৰ পূৰ্বে অসমলৈ আহিছিল নৰেন্দ্ৰ মোদী। অসমলৈ আহি নিৰ্বাচনী প্ৰচাৰত তেওঁ কৈছিল – “১৬ মে’ কে বাদ আসাম মে এক হি বাংলাদেশী নেহি ৰহেংগে। সব কোচ সামান লেকৰ যানা পৰেগা। য়ে লিখকৰ ৰখিয়ে।”

তাৰপিছত এনেকুৱা ১০ টা ১৬ মে’ পাৰ হৈ গ’ল। কিন্তু অসমৰ পৰা টালি-টোপোলা বান্ধি নগ’ল বাংলাদেশী। তাৰপৰিবৰ্তে বাংলাদেশীক আদৰিবলৈ নাগৰিকত্ব সংশোধনী আইন আনিলে বিজেপি চৰকাৰে। ইয়াৰ বাবে অসমৰ পাঁচটা ফু্ল কুমলীয়া ল’ৰাও হত্যা কৰা হ’ল। আনকি, ডিচেনচন কেম্পত বন্দী হৈ থকা বিদেশী নাগৰিকক বিতাৰণ কৰিবলৈ অসমৰ বিজেপি চৰকাৰক বাৰম্বাৰ নিৰ্দেশহে দিব লগা হ’ল দেশৰ উচ্চতম ন্যায়ালয়ে।

মোদীয়ে অসমৰ পৰা ১৬ মে’ৰ পিছত সকলো বাংলাদেশী যাবগৈ বুলি কোৱাত অসমৰ ৰাইজে ভাবিছিল যে অসমৰ এটা জলন্ত সমস্যা সমাধান হ’ব। বাংলাদেশী সমস্যা অসমৰ পৰা নোহোৱা কৰিব বিজেপি চৰকাৰে। আৰু সেই আশাতেই ২০১৪ চনৰ পৰা অসমৰ ৰাইজে বিজেপিক ভোট দিয়েই আছে। পিছে বাংলাদেশীহে এটাও নগ’ল। অৱশেষত ‘টালি-টোপোলা বন্ধা দিন’ হিচাপেই থাকি গ’ল এই দিনটো।

উল্লেখ্য যে অসমলৈ এতিয়াও বাংলাদেশী আহিয়েই আছে। এতিয়াও চৰকাৰী সা সুবিধা লাভ কৰি আছে বাংলাদেশী মূলৰ নাগৰিকে। কিন্তু মোদীৰ এই নিৰ্বাচনী প্ৰতিশ্ৰুতি কেৱল মাত্ৰ এটা ব্ৰহ্মফাঁকিয়েই হৈ থাকি গ’ল।

Previous Post

পেহেলগাম আক্ৰমণৰ প্ৰতিবাদ : জন্মদিন পালন নকৰে সাহিত্যিক ৰাস্কিন বণ্ডে

Next Post

এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে

Related Posts

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী
অসম

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

June 16, 2025
অসম প্ৰদেশ কংগ্ৰেছত নতুন কমিটি গঠন : কাৰ কাৰ ভাগত কি দায়িত্ব পৰিল জানো আহক
অসম

অসম প্ৰদেশ কংগ্ৰেছত নতুন কমিটি গঠন : কাৰ কাৰ ভাগত কি দায়িত্ব পৰিল জানো আহক

May 26, 2025
ময়ো আমূল তাজা খাই ডাঙৰ-দীঘল হোৱা নাই : মুখ্যমন্ত্ৰীক উভটি ধৰিলে ভূপেন বৰাই
অসম

ময়ো আমূল তাজা খাই ডাঙৰ-দীঘল হোৱা নাই : মুখ্যমন্ত্ৰীক উভটি ধৰিলে ভূপেন বৰাই

April 30, 2025
Next Post
এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে

এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.