• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Wednesday, July 23, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

শিক্ষাবিদ ড৹ প্ৰফুল্ল মহন্তৰ চমু জীৱনপঞ্জী

News Desk by News Desk
August 11, 2024
in অসম
Share on FacebookShare on Whatsapp

বিশিষ্ট সমাজবিজ্ঞানী তথা লেখক ড° প্ৰফুল্ল মহন্ত আৰু নাই৷ ২ ছেপ্টেম্বৰ, ২০২২ তাৰিখে ৰাতি ২.৪০ মিনিটত গুৱাহাটী মেডিকেল কলেজ হস্পিতালত তেওঁৰ মৃত্যু হয়।
তেখেতৰ মৃত্যুত ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিভিন্ন ৰাজনৈতিক, সামাজিক সংগঠনৰ নেতাই শোক প্ৰকাশ কৰিছে। উল্লেখ‍্য যে মৃত্যুৰ পিছটো ড৹ মহন্তই  নিজৰ দেহ মানৱ সেৱাৰ উদ্দেশ্যে ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে দান কৰি গৈছে।

ড° প্ৰফুল্ল মহন্তৰ চমু জীৱনী তলত উল্লেখ কৰা হ’ল:

১৯৪১ : নগাঁৱৰ জাজৰি বগৰীগুৰিৰ হেমাৰবড়ি সত্ৰত জন্মলাভ ।

পিতৃ : থুলেশ্বৰ মহন্ত, মাতৃ : কিৰণ মহন্ত৷

১৯৫৭ : প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ৷
১৯৬০ : আই.এ. উত্তীৰ্ণ (প্ৰাইভেট)।
১৯৬২ : স্নাতক ডিগ্ৰী লাভ নগাঁৱৰ আনন্দৰাম ঢেকিয়াল ফুকন কলেজৰ পৰা৷
১৯৬৩ :B.T.ডিগ্ৰী(যোৰহাট P.G.T.College)৷
১৯৬৬ : অসমীয়াত স্নাতকোত্তৰ ডিগ্ৰী লাভ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা৷
১৯৮৭ : গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ৷ গৱেষণাৰ বিষয় আছিল “ অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ উদ্ভৱ বিকাশ আৰু ব্ৰিটিছ আমোলৰ অসমৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক ৰূপান্তৰত তেওঁলোকৰ ভূমিকা (১৮২৮-১৯৪৭)”
১৯৬০ : কঁহিগুৰি এম.ভি.,এল.পি. স্কুলত প্ৰায় এবছৰ শিক্ষকতা৷
১৯৬১-৬২ : বৰপাথৰি বাপুজী হাইস্কুলত শিক্ষকতা৷
১৯৬২ : কুঁজিদাহ হাইস্কুলত শিক্ষকতা৷
১৯৬৬ : শেষৰফালে ডিফু কলেজৰ অসমীয়া বিষয় শিক্ষক হিচাপে যোগদান৷
১৯৬৬ : সেই কলেজৰ ভাৰপ্ৰাপ্ত অধ্যক্ষৰ দায়িত্ব গ্ৰহণ৷
১৯৬৮ চনত মৰিয়নি কলেজত অসমীয়া বিষয়ৰ শিক্ষক ৰূপে যোগদান৷ (১৯৬৬-১৯৯৪)৷
১৯৯৪ : আনন্দৰাম বৰুৱা ভাষা-কলা-সংস্কৃতি সংস্থা,অসম (আবিলেক)-ত Senior Research Fellow হিচাপে যোগদান কৰি ১৯৯৮ চনত ইয়াৰ সঞ্চালক পদ গ্ৰহণ কৰে আৰু ২০০৫ চনত অৱসৰ লয়৷
২০০৭ : “নতুন সময়” কাকতৰ সম্পাদক হিচাপে যোগদান৷
২০২২ : ২ ছেপ্টেম্বৰ,২০২২ (পুৱতি নিশা ২-৫০ মিনিট)ত দেহাৱসান৷
ড° প্ৰফুল্ল মহন্তৰ প্ৰকাশিত ৰচনাৰাজিঃ
১) অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস
২)জনগোষ্ঠীয় চেতনাঃআত্মপ্ৰতিষ্ঠাৰ প্ৰশ্ন
৩) অসমীয়া জাতীয়তাবাদৰ উৎস প্ৰসংগ
৪) সমাজ সংস্কৃতি ইতিহাস ইত্যাদি
৫)জনজাতীয় স্বাধিকাৰ আন্দোলন আৰু বড়ো জাতি সত্তা
৬) বড়োভূমিৰ উচুপনি
৭) বিষয় : জনজাতিৰ মৰ্মবেদনা
৮)ঐতিহাসিক প্রেক্ষাপটত জনজাতীয় সমস্যা শংকৰদেৱ আৰু বড়ো জাতি
৯)ঐতিহাসিক প্রেক্ষাপটত খিলঞ্জীয়াৰ অস্তিত্বৰ সংকট আৰু অনুপ্ৰৱেশৰ সমস্যা
১০) খিলঞ্জীয়াৰ সুৰক্ষা আৰু জাতি জনগোষ্ঠীৰ ঐক্যৰ সূত্ৰধাৰ বড়োসকল
১১)হিন্দুবাদ – বর্ণবাদ বিধ্বস্ত অসমীয়া জাতীয়তাবাদ আৰু নৱজাগ্রত জনজাতীয় চেতনা
১২) আধুনিক অসমীয়া সাহিত্য : সামাজিক – বৌদ্ধিক পটভূমি আৰু অন্যান্য
১৩) সমাজনায়ক শংকৰদেৱ –ঐতিহাসিক প্ৰেক্ষাপট
উপন্যাসঃ
১৪) সোণাইৰ সোঁত
১৫)ইতিহাসে ৰিঙিয়ায়

মিলিত প্রয়াস ( ‘আমাৰ প্ৰতিনিধি’ত প্ৰকাশিত – গ্রন্থাকাৰে অপ্রকাশিত )

(উৎসঃ “ড° প্ৰফুল্ল মহন্ত জীৱন আৰু অন্বেষণ” , সম্পাদনাঃ অজিত কুমাৰ ভূঞা,জিতেন্দ্ৰলাল শৰ্মা)

Previous Post

কংগ্ৰেছ, চিপিআই(এম), ৰাইজৰ দল, আঞ্চলিক গণ মৰ্চাকে ধৰি ঐক্যবদ্ধ হ’ল বিৰোধী

Next Post

জিলা সমূহৰ নতুন অভিভাৱক মন্ত্রীৰ তালিকা প্রকাশ

Related Posts

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী
অসম

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

June 16, 2025
অসম প্ৰদেশ কংগ্ৰেছত নতুন কমিটি গঠন : কাৰ কাৰ ভাগত কি দায়িত্ব পৰিল জানো আহক
অসম

অসম প্ৰদেশ কংগ্ৰেছত নতুন কমিটি গঠন : কাৰ কাৰ ভাগত কি দায়িত্ব পৰিল জানো আহক

May 26, 2025
ফাঁকি ফাঁকি এই মন! আজি টালি-টোপোলা বন্ধা দিৱস
অসম

ফাঁকি ফাঁকি এই মন! আজি টালি-টোপোলা বন্ধা দিৱস

May 16, 2025
Next Post
জিলা সমূহৰ নতুন অভিভাৱক মন্ত্রীৰ তালিকা প্রকাশ

জিলা সমূহৰ নতুন অভিভাৱক মন্ত্রীৰ তালিকা প্রকাশ

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • ভূপেন হাজৰিকাৰ গীতত সমাজ চেতনা আৰু মানৱতাবাদী দৰ্শন

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • শিক্ষাবিদ ড৹ প্ৰফুল্ল মহন্তৰ চমু জীৱনপঞ্জী

    0 shares
    Share 0 Tweet 0
  • অসমৰ জনজাতি সকলৰ দুৰৱস্থা

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.