• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

এছ এফ আই, অসম ৰাজ্যিক কমিটিৰ উদ্যোগত আন্তৰ্জাতিক মাতৃভাষাৰ দিৱস উদযাপন

News Desk by News Desk
February 21, 2025
in অসম, সাহিত্য
Share on FacebookShare on Whatsapp

আজি ২১ ফেব্ৰুৱাৰী, ২০২৫ ইং তাৰিখে ভাৰতৰ ছাত্ৰ ফেডাৰেচন,অসম ৰাজ্যিক কমিটিয়ে গুৱাহাটী প্ৰেছ ক্লাবত আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ লগত সংগতি ৰাখি  এখনি আলোচনা চক্ৰ অনুষ্ঠিত কৰে। অনুষ্ঠানটিত মুখ্য আলোচক হিচাপে উপস্থিত থাকে বিশিষ্ট কবি  সমীৰ তাঁতী আৰু বিশিষ্ট সাহিত্যিক তথা শিক্ষাবিদ অনিল বড়ো।

অনুষ্ঠানটিৰ আঁত ধৰে বি বৰুৱা মহাবিদ্যালয়ৰ ছাত্ৰ ঋষিকেশ শৰ্মা আৰু ছাত্ৰী জিকমিক সমাদৃতা গগৈয়ে। এছ এফ আই – অসম ৰাজ্যিক কমিটিৰ সদস্য ৰাজদ্বীপ মহন্তই আলোচনা চক্ৰটিৰ উদ্দেশ্য ব্যাখ্যা কৰে । গোলকীয় পুঁজিবাদৰ লগতেই ৰাজহুৱা শৈক্ষিক ব্যৱস্থাটো ধ্বংস কৰা আৰু এক দেশ এক ভাষা আৰু এক ধৰ্মৰ নীতি গ্ৰহণ কৰা কেন্দ্ৰৰ আৰু ৰাজ্যৰ দুয়োখন বিজেপি নেতৃত্বাধীন চৰকাৰে মাতৃভাষা ৰ প্ৰতি সংকট কঢ়িয়াই আনিছে, সেই বিষয়ে তেওঁ বক্তব্য আগবঢ়ায়।

কবি সমীৰ তাঁতীয়ে তেখেতৰ বক্তৃতাত বজাৰ আৰু অৰ্থনীতিয়ে কিদৰে ভাষিক আগ্ৰাসন সৃষ্টি কৰে তাৰ বিষয়ে বিস্তাৰিত আলোচনা দাঙি ধৰে। চিন্তাবিদ অনিল বড়োৱে ৰাজনৈতিক ক্ষেত্ৰখনত শাসকগোষ্ঠীয়ে ভাষিক অস্ত্ৰ কিদৰে ব্যৱহাৰ কৰে সেইবিষয়ে বক্তৃতা দাঙি ধৰে ।

অনুষ্ঠানটিত প্ৰিয়ম্বদা দাস , গীতিকা বৰ্মন আৰু আলোক নৰহে গীত পৰিৱেশন কৰে ।

ৰেড বুক্ছ ডে’ৰ লগত সংগতি ৰাখি সধনা দেৱীয়ে সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ এটি টোকা পাঠ কৰে ।

উপস্থিত ৰাইজৰ মাজৰ বহুকেইগৰাকীয়ে বক্তব্য প্ৰদান কৰাৰ পাছত অনুষ্ঠানটি সফলভাৱে সামৰণি পৰে।

Previous Post

১৬ ফেব্ৰুৱাৰী দেওবাৰে বিয়লি ৩ঃ৩০ বজাৰ পৰা চান্দমাৰী স্থিত পেঞ্চনাৰ ভৱনত “কমিউনিষ্ট ইষ্টাহাৰঃ এক নতুন পৃথিৱীৰ ৰূপৰেখা” শীৰ্ষক আলোচনা চক্ৰ

Next Post

২১ফেব্ৰুৱাৰী : ভাষা দিৱসৰ চিন্তা আৰু দুঃচিন্তা

Related Posts

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী
অসম

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

June 16, 2025
অসম প্ৰদেশ কংগ্ৰেছত নতুন কমিটি গঠন : কাৰ কাৰ ভাগত কি দায়িত্ব পৰিল জানো আহক
অসম

অসম প্ৰদেশ কংগ্ৰেছত নতুন কমিটি গঠন : কাৰ কাৰ ভাগত কি দায়িত্ব পৰিল জানো আহক

May 26, 2025
ফাঁকি ফাঁকি এই মন! আজি টালি-টোপোলা বন্ধা দিৱস
অসম

ফাঁকি ফাঁকি এই মন! আজি টালি-টোপোলা বন্ধা দিৱস

May 16, 2025
Next Post
২১ফেব্ৰুৱাৰী : ভাষা দিৱসৰ চিন্তা আৰু দুঃচিন্তা

২১ফেব্ৰুৱাৰী : ভাষা দিৱসৰ চিন্তা আৰু দুঃচিন্তা

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.