• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

জলপৰিবহণৰ ৬ দক্ষ কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ তীব্ৰ প্ৰতিবাদ ডি ৱাই এফ আইৰ

News Desk by News Desk
January 31, 2025
in অসম
Share on FacebookShare on Whatsapp

অভিজ্ঞ কৰ্মচাৰীসকলক বিভাগটোৰ নতুন কোম্পানী এ আই ডব্লিউ চি এল-ৰ নিয়োগত যথোপযুক্ত গুৰুত্ব দিয়াৰ দাবী

ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন(ডিৱাইএফআই)ৰ অসম ৰাজ্যিক সমিতিয়ে লক্ষ্য কৰিছে যে জলপৰিবহণৰ লগত জড়িত অসম ইনলেণ্ড ৱাটাৰ ট্ৰান্সপৰ্ট ডেভেলপমেণ্ট ছ’চাইটি (এ আই ডব্লিউ টি ডি এছ)ৰ ৬ জনকৈ ‍ কৰ্মচাৰীক অন্যায়ভাৱে বৰ্খাস্ত কৰাৰ লগতে অহা ৬ মাহৰ ভিতৰত ৮ গৰাকীক কৰ্মচাৰীক বৰ্খাস্ত কৰাৰ বাবে প্ৰস্তুতি চলাইছে।

ডি ৱাই এফ আইয়ে এই কাৰ্যৰ তীব্ৰ প্ৰতিবাদ কৰিছে আৰু অভিজ্ঞ কৰ্মচাৰীসকলক অসম ইনলেণ্ড ৱাটাৰৱেছ কোম্পানী লিমিটেড নামৰ নতুন সংস্থাটোত নিয়োগ কৰিবলৈ দাবী জনাইছে। অসম চৰকাৰৰ জলপৰিবহণ বিভাগৰ অধীনত বিশ্ব বেংকৰ অনুদানেৰে পৰিচালিত অসম ইনলেণ্ড ৱাটাৰ ট্ৰান্সপোৰ্ট প্ৰজেক্টটোৱে যোৱা কেইবাবছৰ ধৰি গুৰুতৰ অনিয়মৰ সন্মুখীন হৈছে।

উল্লেখযোগ্য যে প্ৰথম অৱস্থাত সঠিক দিশেৰে আগুৱাই যোৱা এই প্ৰকল্পটোৰ শেহতীয়াকৈ বিভাগৰ ভিতৰচৰাত আৰু মুখ্য অংশীদাৰসকলৰ মাজত সংঘাট সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ অনিয়ম ভয়াৱহভাৱে বৃদ্ধি পাইছে। ডি ৱাই এফ আইয়ে লক্ষ‍্য কৰিছে যে যুক্তিসংগত কাৰণ নেদেখুৱাই দক্ষ আৰু অভিজ্ঞ কৰ্মচাৰীসকলক অন্যায়ভাৱে বৰ্খাস্ত কৰা হৈছে।

সংস্থাটোৰ এই অন্যায় কাৰ্যক তীব্ৰ প্ৰতিবাদ কৰি ডিৱাইএফআইয়ে দাবী কৰিছে যে, এ আই ডব্লিউ টি ডি এছত কাম কৰা কৰ্মচাৰীসকলৰ অভিজ্ঞতাক এআইডব্লিউচিএলৰ নিয়োগৰ ক্ষেত্ৰত যথোপযুক্ত গুৰুত্ব দিয়া হওক। ইয়াৰ  লগতে অসমৰ ইনলেণ্ড ৱাটাৰৱে ট্ৰান্সপোৰ্ট (আইডব্লিউটি)ৰ বৰ্তমানৰ কৰ্মচাৰীসকলকো অগ্ৰাধিকাৰ দিয়া হওক।

ডিৱাইএফআইয়ে অসম চৰকাৰলৈ আহ্বান জনাইছে যে অসম ইনলেণ্ড ৱাটাৰৱেছ কোম্পানী লিমিটেড (এআইডব্লিউচিএল)ৰ বাবে এক যথোপযুক্ত, ন্যায়সংগত আৰু স্বচ্ছ নিয়োগ নীতি প্ৰস্তুত কৰা নিশ্চিত কৰক।

Previous Post

পিকনিকত গো মাংস ভক্ষণ কৰা ভিডিঅ’ সামাজিক মাধ্যমত দি গ্ৰেপ্তাৰ ৬ যুৱক।

Next Post

মূল্যবৃদ্ধিয়ে উৎসৱৰ আনন্দ নষ্ট কৰিছে – দ্বীপেন কাকতি

Related Posts

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী
অসম

গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

June 16, 2025
অসম প্ৰদেশ কংগ্ৰেছত নতুন কমিটি গঠন : কাৰ কাৰ ভাগত কি দায়িত্ব পৰিল জানো আহক
অসম

অসম প্ৰদেশ কংগ্ৰেছত নতুন কমিটি গঠন : কাৰ কাৰ ভাগত কি দায়িত্ব পৰিল জানো আহক

May 26, 2025
ফাঁকি ফাঁকি এই মন! আজি টালি-টোপোলা বন্ধা দিৱস
অসম

ফাঁকি ফাঁকি এই মন! আজি টালি-টোপোলা বন্ধা দিৱস

May 16, 2025
Next Post
মূল্যবৃদ্ধিয়ে উৎসৱৰ আনন্দ নষ্ট কৰিছে – দ্বীপেন কাকতি

মূল্যবৃদ্ধিয়ে উৎসৱৰ আনন্দ নষ্ট কৰিছে – দ্বীপেন কাকতি

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.