অসম

আজিৰে পৰা ১০ দিনলৈকে ৰাইজৰ স্বাক্ষৰ সংগ্ৰহ কৰিব ডিৱাইএফআয়ে – কিন্তু কিয়?

আজি গুৱাহাটীত ডি ৱাই এফ আই-ৰ কামৰূপ মহানগৰ জিলা কমিটিৰ উদ্যোগত এখন সংবাদমেল আয়োজন কৰা হয়। সংবাদমেল সম্বোধন কৰে লিটুমনি...

Read more

তৃতীয় বৰ্গৰ চাকৰিৰ পৰীক্ষাত আৰক্ষীৰ হাৰাশাস্তিৰ প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী আইন (কা) বিৰোধী সমন্বয় সমিতিয়ে অসম চৰকাৰে তৃতীয় বৰ্গৰ চাকৰিৰ বাবে পৰীক্ষা অনুষ্ঠিত কৰাৰ নামত ইন্টাৰনেট সেৱা বন্ধ...

Read more

আইনৰ শাসন ভূলুণ্ঠিত কৰি চলিছে সোণাপুৰৰ উচ্ছেদ

আহত লোকক চিকিৎসালয়ত সাক্ষাৎ চি পি আই (এম)ৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসমৰ বিজেপি চৰকাৰখন ক্ষমতালৈ অহাৰ পৰাই সকলো আইন-কানুন...

Read more

লক-আপত তলা আছিল নে নাই? ভেদ হ’ল ৰহস্য

প্ৰায় ১০ দিনৰ আত্মগোপনৰ পিছত অসম আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিলে অসমৰ ট্ৰেডিং কেলেংকাৰীৰ গোচৰত অভিযুক্ত অভিনেত্ৰী চুমি বৰা আৰু ফটোগ্ৰাফাৰ...

Read more

সীতাৰাম য়েচুৰীৰ মৃত্যুত চি পি আই (এম)ৰ অসম ৰাজ্যিক কমিটিৰ স্মৃতিসভা

চি পি আই (এম)ৰ সাধাৰণ সম্পাদক কমৰেড সীতাৰাম য়েচুৰীয়ে বৃহস্পতিবাৰে বিয়লি ৩.০৫ বজাত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, নতুন দিল্লীত শেষ...

Read more

কি পোকে কামুৰিছিল সাংবাদিক উৎপল ডেকাক : কেনেকৈ মৃত্যু হ’ল যুৱ সাংবাদিক গৰাকীৰ?

এক অচিনাক্ত পোকৰ কামুৰত অকাল মৃত্যুক সাৱটি ল’লে যুৱ সাংবাদিক উৎপল ডেকাই। যকৃত আৰু বৃক্ক আদিৰ দৰে অংগ বিকল হৈ...

Read more

মাজুলীতো বিস্তাৰ হ’ল ৰিণিকি ভূঞাৰ ভূ-সাম্ৰাজ্য : কৌশলেৰে কিনিলে প্ৰায় ১৯ বিঘা ভূমি!

ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ৰ পৰা আজি সংবাদ মেল সম্বোধন কৰে কাৰ্যকৰী সভাপতি ভাস্ক'ডি শইকীয়া, সাধাৰণ সম্পাদক চিন্ময় বড়া আৰু ৰাছেল...

Read more

বৈদ্যুতিন ৰে’ল লাইনেৰে গিবন অভয়াৰণ্যৰ জীৱনকূলৰ প্ৰতি ধ্বংস মাতি আনিছে চৰকাৰে : DYFI-SFI

আজি এছ এফ আই আৰু ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিয়ে গুৱাহাটীৰ ৰাজ্যিক কাৰ্যালয়ত এক সংবাদমেল আয়োজন কৰে। সংবাদ...

Read more

পেনচনৰ নামত জনতাক টুপী পিন্ধাইছে বিজেপি চৰকাৰে : ইউনিফাইড পেন্সন আঁচনি (UPS) ৰ সবিশেষ জনালে DYFI-এ

যোৱা ২৪ আগষ্ট তাৰিখে কেন্দ্ৰীয় কেবিনেটে আৰু এটা নতুন পেন্সন আঁচনি প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । কোৱা হৈছে ইতিমধ্যে...

Read more
Page 1 of 5 1 2 5