দেশ

৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী : কেনে আছে কংগ্ৰেছ নেত্ৰীগৰাকী?

মাত্ৰ ৫ দিনৰ ভিতৰত দুবাৰকৈ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ছোনীয়া গান্ধীক। জানিব পৰা মতে, দেওবাৰে গভীৰ নিশা...

Read more

অপাৰেশ্যন সিন্দুৰৰ বিষয়ে লিখি গ্ৰেপ্তাৰ অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক : চৰকাৰ-আৰক্ষীক ধিক্কাৰ কংগ্ৰেছৰ

অপাৰেশ্যন সিন্দুৰ সম্পৰ্কে সামাজিক মাধ্যমত পোষ্ট লিখাৰ বাবেই গ্ৰেপ্তাৰ কৰা হ’ল অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক আলী খান মাহমুদাবাদক। ইতিমধ্যে এই গ্ৰেপ্তাৰৰ...

Read more

এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে

মধ্য প্ৰদেশৰ মন্ত্ৰী বিজয় শ্বাহে ভাৰতীয় সেনাৰ কৰ্ণেল ছফিয়া কুৰেশ্বীক লৈ আপত্তিজনক মন্তব্য কৰিছিল। ইয়াৰ বাবে উচ্চতম ন্যায়ালয়ত তেওঁ তীব্ৰ...

Read more

পেহেলগাম আক্ৰমণৰ প্ৰতিবাদ : জন্মদিন পালন নকৰে সাহিত্যিক ৰাস্কিন বণ্ডে

জন্মদিন পালন নকৰে জনপ্ৰিয় সাহিত্যিক ৰাস্কিন বণ্ডে। পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদত আৰু সহ নাগৰিকক হেৰুৱাৰ শোকত এইবাৰ সকলোৰে সৈতে...

Read more

অৱশেষত ৰাহুল গান্ধীৰ দাবী মানি ললে নৰেন্দ্ৰ মোদীয়ে : স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰতত হব জাতি গণনা

কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে এক ঐতিহাসিক সিদ্ধান্ত। বিৰোধীৰ দীৰ্ঘদিনীয়া দাবীৰ অন্তত দেশত জাতিগত গণনা কৰিবলৈ ওলাইছে কেন্দ্ৰীয় কেবিনেটে। কেন্দ্ৰীয় কেবিনেট...

Read more

সুৰক্ষাৰ উদ্দেশ্যে স্পাইৱেৰ ব্যৱহাৰ কৰাটো ভুল নহয় : পেগাছাছ গোচৰক লৈ মন্তব্য উচ্চতম ন্যায়ালয়ৰ

যদিহে পেগাছাছ চফটৱেৰ জনসাধাৰণৰ বিৰুদ্ধে বা কোনো বিশিষ্ট ব্যক্তিৰ বিৰুদ্ধে ব্যৱহাৰ কৰা হয় ‎তেন্তে ইয়াৰ তদন্ত কৰিব লাগিব। কিন্তু ৰাষ্ট্ৰীয়...

Read more

টকা দিলেই মুকলি বজাৰত পোৱা যায় সেনাবাহিনীৰ পোচাক : পেহেলগাম ঘটনাৰ পিছতহে চকু খোল খাইছে প্ৰশাসনৰ

যোৱা মঙলবাৰে জম্মু-কাশ্মীৰৰ পেহেলগাম অঞ্চলত সন্ত্ৰাসবাদীৰ গুলীত ২৬ জনকৈ পৰ্যটকে প্ৰাণ ‎হেৰুৱাবালগা হয়। অভিযোগ অনুসৰি, আক্ৰমণৰ সময়ত ভাৰতীয় সেনাৰ পোচাক...

Read more

পেহেলগামৰ ঘটনাক লৈ অসংবেদনশীল মন্তব্য দিছে একাংশ বিজেপি নেতা-কৰ্মীয়ে!

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দেশৰ মুছলমান সম্প্ৰদায়ৰ লোক, বাওপন্থী আৰু কংগ্ৰেছ দেশদ্ৰোহী সজোৱাত ব্যস্ত হৈ পৰিছে হিন্দুত্ববাদী শিবিৰ। পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে...

Read more

ৰক্তাক্ত  ভূস্বৰ্গ! ধৰ্ম সুধি সুধি গুলীচালনা সন্ত্ৰাসবাদী, একেদিনাই ২৮ জনৰ মৃত্যু

জম্মু-কাশ্মীৰৰ পহলগাঁৱত সন্ত্ৰাসবাদীৰ ভয়ংকৰ আক্ৰমণ। ইতিমধ্যে এই ঘটনাত ২৮ জন লোকৰ মৃত্যু হৈছে। লগতে আহত হৈছে শতাধিক লোক। মঙলবাৰে দুপৰীয়াৰ...

Read more

কাক কুকুৰ বুলি গালি পাৰিলে মহুৱা মৈত্ৰই???

বিজেপি সাংসদক কুকুৰ আখ্যা দিলে মহুৱা মৈত্ৰই । নাম নোলোৱাকৈয়ে বিজেপি সাংসদ নিশিকান্ত ডুবেক ‘কুকুৰ’ আখ্যা দি আক্ৰমণ কৰিলে মহুৱা...

Read more
Page 1 of 7 1 2 7
Currently Playing