• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

কেন্দ্ৰীয় বাজেট ২০২৫-২৬ : নতুন কৰ ব্যৱস্থাৰ অধীনত ১২ লাখ টকা পৰ্য্যন্ত বাৰ্ষিক আয়ত বিলুপ্ত হ’ল আয়কৰ

News Desk by News Desk
February 1, 2025
in অৰ্থনীতি, দেশ
Share on FacebookShare on Whatsapp

শনিবাৰে লোকসভা সংসদত বাজেট দাখিলেৰে কেন্দ্ৰীয় বিত্ত আৰু কৰ্পৰেট পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী নিৰ্মলা সীতাৰমনে সকলো কৰদাতাকে উপকৃত কৰিবলৈ সমগ্ৰ কৰ শ্লেব আৰু হাৰৰ পৰিৱৰ্তনৰ প্ৰস্তাৱ আগবঢ়ায়।

কৰদাতাসকলক এই ভাল খবৰ প্ৰদানেৰে বিত্তমন্ত্ৰীগৰাকীয়ে কয়, “নতুন ব্যৱস্থাৰ অধীনত ১২ লাখ টকা (অৰ্থাৎ মূলধনী লাভৰ দৰে বিশেষ হাৰৰ আয়ৰ বাহিৰে প্ৰতিমাহে গড় আয় ১ লাখ টকা) পৰ্য্যন্ত আয়লৈকে কৰ পৰিশোধ কৰিব নালাগে।“

৭৫,০০০ টকাৰ মানক কৰ্তনেৰে দৰমহাপ্ৰাপ্ত কৰদাতাৰ বাবে এই সীমা হ’ব ১২.৭৫ লাখ টকা। শ্লেব ৰেট হ্ৰাসৰ উপৰি কৰ ৰেহাইৰ ব্যৱস্থা কৰা হৈছে, যাতে তেওঁলোকে কোনো কৰ প্ৰদান কৰিব নালাগে বুলিও তেওঁ কয়।

সীতাৰমনে কয়, “এই নতুন গাঁথনিয়ে মধ্যবিত্ত শ্ৰেণীৰ কৰ যথেষ্ট হ্ৰাস কৰিব আৰু তেওঁলোকৰ হাতত অধিক ধন তুলি দিব। ইয়াৰ ফলত পৰিয়ালৰ উপভোগ, সঞ্চয় আৰু বিনিয়োগ বৃদ্ধি পাব।” বিত্তমন্ত্ৰীয়ে এই নতুন কৰ ব্যৱস্থাত কৰৰ হাৰৰ গাঁথনি নিম্ন উল্লেখিত ধৰণেৰে সংশোধনৰ প্ৰস্তাৱ আগবঢ়ায়ঃ

০-৪ লাখ টকা নাই

৪-৮ লাখ টকা              ৫ শতাংশ

৮-১২ লাখ টকা            ১০ শতাংশ

১২-১৬ লাখ টকা         ১৫ শতাংশ

১৬-২০ লাখ টকা         ২০ শতাংশ

২০-২৪ লাখ টকা         ২৫ শতাংশ

২৪ লাখ টকাৰ অধিক              ৩০ শতাংশ

আয়ৰ ভিন্ন স্তৰ সাপেক্ষে শ্লেব হাৰৰ পৰিৱৰ্তন আৰু ৰেহাইৰ মুঠ কৰ সুবিধা তলৰ তালিকাৰ জৰিয়তে দেখুওৱা হৈছেঃ

এখনি বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িতকৰণৰ ক্ষেত্ৰত কৰ সংস্কাৰক অন্যতম মূল সংস্কাৰ হিচাপে উল্লেখেৰে সীতাৰমনে কয় যে নতুন আয়-কৰ বিধেয়কখনে ‘ন্যায়’ৰ মনোভাৱক আগুৱাই নিব। এই নতুন ব্যৱস্থাটো কৰদাতা আৰু কৰ প্ৰশাসনৰ বাবে বুজিবলৈ সহজ হ’ব, যাৰ ফলত কৰ নিশ্চয়তা আৰু গোচৰ আদি হ্ৰাস পাব বুলিও তেওঁ জনায়।

তিৰুক্কুৰালৰ ৫৪২ নং পদৰ উদ্ধৃতিৰে বিত্তমন্ত্ৰীয়ে কয়, “সকলো জীৱই যেনেকৈ বৰষুণৰ আশা কৰি জীয়াই থাকে, ঠিক সেইদৰে নাগৰিকেও সুশাসনৰ আশাৰে জীয়াই থাকে।” সংস্কাৰ হৈছে জনসাধাৰণ আৰু অৰ্থনীতিৰ ক্ষেত্ৰত সুশাসন লাভৰ এক মাধ্যম। সুশাসন প্ৰদানৰ মূলতে হৈছে সঁহাৰি জনোৱা। কৰ প্ৰস্তাৱসমূহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতত্বত চৰকাৰে কেনেদৰে আমাৰ নাগৰিকৰ প্ৰয়োজনীয়তাসমূহ বুজিবলৈ আৰু ইয়াক সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া বিতংভাৱে উল্লেখ কৰা হৈছে বুলি সীতাৰমনে কয়।

Previous Post

কেন্দ্ৰীয় বাজেট ২০২৫-২৬ৰ উল্লেখযোগ্য দিশসমূহ জানো আহক

Next Post

কেন্দ্ৰীয় বাজেট ২০২৫-২৬ : দাম কমিব বহু সামগ্ৰীৰ, কি কি সামগ্ৰীৰ দাম কমিব জানো আহক –

Related Posts

৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী : কেনে আছে কংগ্ৰেছ নেত্ৰীগৰাকী?
দেশ

৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী : কেনে আছে কংগ্ৰেছ নেত্ৰীগৰাকী?

June 16, 2025
অপাৰেশ্যন সিন্দুৰৰ বিষয়ে লিখি গ্ৰেপ্তাৰ অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক : চৰকাৰ-আৰক্ষীক ধিক্কাৰ কংগ্ৰেছৰ
দেশ

অপাৰেশ্যন সিন্দুৰৰ বিষয়ে লিখি গ্ৰেপ্তাৰ অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক : চৰকাৰ-আৰক্ষীক ধিক্কাৰ কংগ্ৰেছৰ

May 19, 2025
এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে
দেশ

এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে

May 19, 2025
Next Post
কেন্দ্ৰীয় বাজেট ২০২৫-২৬ : দাম কমিব বহু সামগ্ৰীৰ, কি কি সামগ্ৰীৰ দাম কমিব জানো আহক –

কেন্দ্ৰীয় বাজেট ২০২৫-২৬ : দাম কমিব বহু সামগ্ৰীৰ, কি কি সামগ্ৰীৰ দাম কমিব জানো আহক –

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.