• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

ব্ৰেকআপৰ বাবেই বৃদ্ধি পাইছে অপৰাধমূলক গোচৰ, ধৰ্ষণৰ দৰে ঘটনা : এলাহাবাদ উচ্চ ন্যায়ালয়

News Desk by News Desk
April 20, 2025
in দেশ
Share on FacebookShare on Whatsapp

সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ বাবে অপৰাধমূলক গোচৰৰ সংখ্যা বৃদ্ধি পাইছে। এই পৰ্যবেক্ষণ এলাহাবাদ উচ্চ ‎ন্যায়ালয়ৰ ন্যায়াধীশ ন্যায়াধীশ কৃষ্ণন পাহলেৰ।

এটা গোচৰত এগৰাকী ২৫ বছৰীয়া মহিলাই ৪২ বছৰীয়া বিবাহিত অৰুণ কুমাৰ মিশ্ৰৰ বিৰুদ্ধে ধৰ্ষণৰ ‎অভিযোগ উত্থাপন কৰে। লগতে তেওঁ দাবী কৰে যে অভিযুক্তই ধৰ্ষণৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি ‎মহিলাগৰাকীক ব্লেকমেইল কৰিছিল। একে সময়তে অভিযুক্তই বিয়াৰ প্ৰতিশ্ৰুতি দিও অৱশেষত ‎মহিলাগৰাকীৰ পৰা আঁতৰি যোৱাৰ অভিযোগ উত্থাপন কৰে মহিলাগৰাকীয়ে।

অৱশ্যে আবেদনকাৰীৰ অধিবক্তাই আদালতত কয় যে এফআইআৰ দাখিল কৰাত ছমাহ পলম হৈছে। সেই ‎ব্যক্তিজনৰ সৈতে আবেদনকাৰীৰ সহমতৰ সম্পৰ্ক আছিল। এই অপৰাধ সংঘটিত হোৱা সময়ছোৱাত ‎দুয়োজনে স্বেচ্ছাই বহু ঠাইলৈ গৈ হোটেলত থকা বুলিও দাবী কৰে অধিবক্তাগৰাকীয়ে।

অভিযুক্তক ‘কাছানোভা’ বুলি উল্লেখ কৰি ভুক্তভোগীয়ে দাবী কৰে যে তেওঁৰ বিভিন্ন সময়ত বহু ‎মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। তিনিবাৰ বিয়াও পাতিলে। মহিলাগৰাকীয়ে লগতে অভিযোগ কৰে ‎যে অভিযুক্তই নিজকে ধনী মানুহ বুলি দাবী কৰি আনক শোষণ কৰিছিল।

দুয়োপক্ষৰ যুক্তি শুনি ন্যায়াধীশ কৃষ্ণন পাহলে অৰুণ কুমাৰ মিশ্ৰক জামিন মঞ্জুৰ কৰে। ন্যায়াধীশে কয় ‎যে অভিযুক্তই পূৰ্বতে তিনিবাৰ বিবাহ কৰিছিল। অভিযুক্তৰ বৈবাহিক ইতিহাসৰ বিষয়ে মহিলাগৰাকী ‎সম্পূৰ্ণ জ্ঞাত আছিল। ইয়াৰ পিছতো তেওঁ সম্পৰ্ক স্থাপন কৰাৰ সিদ্ধান্ত লৈছিল। এই সম্পৰ্কটো ‎সন্মতিসূচক আছিল। এতিয়া সম্পৰ্ক বিচ্ছিন্ন হোৱাৰ বাবেই অপৰাধমূলক গোচৰটো দাখিল কৰা হৈছে। ‎এতিয়া বেছিভাগ গোচৰতে এনেকুৱা হৈছে। এইদৰে কৈ অভিযুক্তক জামিন প্ৰদান কৰে ন্যায়াধীশ ‎গৰাকীয়ে।

ব্ৰেকআপৰ বাবেই বৃদ্ধি পাইছে অপৰাধমূলক গোচৰ, ধৰ্ষণৰ দৰে ঘটনা
এই ৰায়দানেৰে অভিযুক্তক জামিন মঞ্জুৰ কৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

Previous Post

গৰু বিহুত খোৱা এশ এবিধ শাক কি কি জানো আহক

Next Post

নিৰ্বাচন আয়োগৰ ভোটদান প্ৰক্ৰিয়াই ভোটাৰৰ গোপনীয়তা ভংগ কৰিবঃ চি পি আই(এম)

Related Posts

৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী : কেনে আছে কংগ্ৰেছ নেত্ৰীগৰাকী?
দেশ

June 16, 2025
অপাৰেশ্যন সিন্দুৰৰ বিষয়ে লিখি গ্ৰেপ্তাৰ অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক : চৰকাৰ-আৰক্ষীক ধিক্কাৰ কংগ্ৰেছৰ

May 19, 2025
এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে
দেশ

এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে

May 19, 2025
Next Post
নিৰ্বাচন আয়োগৰ ভোটদান প্ৰক্ৰিয়াই ভোটাৰৰ গোপনীয়তা ভংগ কৰিবঃ চি পি আই(এম)

নিৰ্বাচন আয়োগৰ ভোটদান প্ৰক্ৰিয়াই ভোটাৰৰ গোপনীয়তা ভংগ কৰিবঃ চি পি আই(এম)

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.