• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Wednesday, June 25, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

পেহেলগামৰ ঘটনাক লৈ অসংবেদনশীল মন্তব্য দিছে একাংশ বিজেপি নেতা-কৰ্মীয়ে!

News Desk by News Desk
April 26, 2025
in দেশ
Share on FacebookShare on Whatsapp

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত দেশৰ মুছলমান সম্প্ৰদায়ৰ লোক, বাওপন্থী আৰু কংগ্ৰেছ দেশদ্ৰোহী সজোৱাত ব্যস্ত হৈ পৰিছে হিন্দুত্ববাদী শিবিৰ। পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে জ্বলাই যোৱা জুই ঘিউ ঢালিছে হিন্দুত্ববাদী শিবিৰে। কাশ্মীৰৰ পেহেলগামত সন্ৰাাকসবাদী আাক্ৰমণৰ সময়ত আক্ৰান্ত লোক সকলৰ সুৰক্ষা, আশ্ৰয় আাৰু খাদ্য দিয়ালৈকে সকলোখিনি নিষ্ঠাৰে কৰিছিল স্থানীয় মুছলমান কাশ্মীৰী লোকে। নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি হিন্দু পৰ্যটকসকলৰ প্ৰাণ ৰক্ষা কৰিছিল মুছলমান কাশ্মীৰীলোকে। পেহেলগ্ৰামৰ ঘটনাৰ প্ৰতিশোধ ল’বলৈ গৈ ছহিদ হ’ল এগৰাকী মুছলমান সম্প্ৰদায়ৰ চি আৰ পি এফ জোৱান। সমগ্ৰ কাশ্মীৰত স্থানীয় লোক সকলে প্ৰকাশ্যে এই সন্ত্ৰাসবাদী আক্ৰমণক গৰিহণা দি ৰাজপথলৈ ওলাই আহিছে। বাওপন্থী, কংগ্ৰেছকে ধৰি সকলো বিৰোধী দলে সন্ত্ৰাসবাদক তীব্ৰ গৰিহণা দি দেশত হিন্দু-মুছলমানৰ একতা বিচাৰিছে। ইমানৰ পিছতো কিয় বিজেপিয়ে টাৰ্গেট কৰি লৈছে দেশৰ মুছলমান সকলক? কিয় নিজৰ সুৰক্ষা আাৰু নিৰাপত্তাৰ ব্যৰ্থতাৰ কথা স্বীকাৰ নকৰে কেন্দ্ৰীয় চৰকাৰে?

জম্মু-কাশ্মীৰৰ কথুৱা জিলাৰ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণ আৰু নিৰাপত্তা ব্যৱস্থাৰ সুৰুঙাক লৈ কেন্দ্ৰ চৰকাৰ প্ৰশ্ন কৰাৰ বাবে এগৰাকী সাংবাদিকক আক্ৰমণ কৰিছে বিজেপিৰ একাংশ নেতা-কৰ্মীয়ে। দৈনিক জাগৰণৰ সাংবাদিক ৰাকেশ শৰ্মাই বিজেপিৰ বিধায়ক দেৱীন্দৰ মন্যালক বিশেষভাৱে সুধিছিল যে পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ সীমান্তৰ অনুপ্ৰৱেশ নীৰিক্ষণ ব্যৰ্থ হোৱাৰ বাবেই হৈছিল নেকি? ইয়াৰ পিছতে হিমাংশু শৰ্মা, ৰবিন্দৰ সিং, অশ্বনী শৰ্মা, মঞ্জিত সিং, টনি আৰু পাৰবীন চুনা বুলি চিনাক্ত হোৱা বিজেপি কৰ্মীসকলে সাংবাদিক ৰাকেশ শৰ্মাক আক্ৰমণ কৰে। বৰ্তমানেও চিকিৎসাধীন হৈ আছে এই সাংবাদিকগৰাকী।সেয়েহে এতিয়া প্ৰশ্ন হৈছে, পেহেলগাম ঘটনাক সাম্প্ৰদায়িক আৰু ৰাজনৈতিক ৰূপ দিয়াৰ চেষ্টা কৰিছে নেকি একাংশ লোকে? চৰকাৰক প্ৰশ্ন কৰাৰ সলনি কিয় বিৰোধী, সংবাদ মাধ্যম আৰু দেশৰ মুছলমানক টাৰ্গেট কৰি লৈছে এইসকল লোকে?

Previous Post

ৰক্তাক্ত  ভূস্বৰ্গ! ধৰ্ম সুধি সুধি গুলীচালনা সন্ত্ৰাসবাদী, একেদিনাই ২৮ জনৰ মৃত্যু

Next Post

টকা দিলেই মুকলি বজাৰত পোৱা যায় সেনাবাহিনীৰ পোচাক : পেহেলগাম ঘটনাৰ পিছতহে চকু ‎খোল খাইছে প্ৰশাসনৰ

Related Posts

৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী : কেনে আছে কংগ্ৰেছ নেত্ৰীগৰাকী?
দেশ

৫ দিনৰ ভিতৰত দ্বিতীয়বাৰৰ বাবে চিকিৎসালয়ত ভৰ্তি ছোনিয়া গান্ধী : কেনে আছে কংগ্ৰেছ নেত্ৰীগৰাকী?

June 16, 2025
অপাৰেশ্যন সিন্দুৰৰ বিষয়ে লিখি গ্ৰেপ্তাৰ অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক : চৰকাৰ-আৰক্ষীক ধিক্কাৰ কংগ্ৰেছৰ
দেশ

অপাৰেশ্যন সিন্দুৰৰ বিষয়ে লিখি গ্ৰেপ্তাৰ অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক : চৰকাৰ-আৰক্ষীক ধিক্কাৰ কংগ্ৰেছৰ

May 19, 2025
এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে
দেশ

এয়া ঘৰিয়ালৰ চকুপানী : কৰ্ণেল কুৰেশ্বীক লৈ কটু মন্তব্য কৰা বিজেপি মন্ত্ৰী বিজয় শ্বাহৰ ক্ষমা গ্ৰহণ নকৰিলে উচ্চতম ন্যায়ালয়ে

May 19, 2025
Next Post
টকা দিলেই মুকলি বজাৰত পোৱা যায় সেনাবাহিনীৰ পোচাক : পেহেলগাম ঘটনাৰ পিছতহে চকু ‎খোল খাইছে প্ৰশাসনৰ

টকা দিলেই মুকলি বজাৰত পোৱা যায় সেনাবাহিনীৰ পোচাক : পেহেলগাম ঘটনাৰ পিছতহে চকু ‎খোল খাইছে প্ৰশাসনৰ

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.