• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

ক্ষেপণাস্ত্র নিক্ষেপেৰে বিশ্বৰ তিনি শক্তিশালী দেশৰ শক্তি প্ৰদৰ্শন

News Desk by News Desk
October 7, 2022
in আন্তঃৰাষ্ট্ৰীয়
Share on FacebookShare on Whatsapp

পাঁচ বছৰৰ বিৰতিৰ মূৰত প্ৰথমবাৰৰ বাবে বিগত ৪ অক্টোবৰ মঙলবাৰে জাপানৰ ভূখণ্ডৰ ওপৰেৰে ক্ষেপণাস্ত্র নিক্ষেপ কৰে কিম জং উনৰ দেশ উত্তৰ কোৰিয়াই । উত্তৰ কোৰিয়াক সতর্ক কৰিবলৈ বুধবাৰে ওলোটাই ক্ষেপণাস্ত্র নিক্ষেপ কৰে দক্ষিণ কোৰিয়া আৰু আমেৰিকাই । সূত্রই জনোৱা অনুসৰি, দুটাকৈ ‘আর্মী টেক্টিকেল মিছাইল ছিষ্টেম’ ক্ষেপণাস্ত্র নিক্ষেপ কৰে দক্ষিণ কোৰিয়া আৰু আমেৰিকাই । শক্তি প্রদর্শন কৰিবলৈয়েই দেশ দুখনে এই ক্ষেপণাস্ত্র নিক্ষেপ কৰা বুলি জানিবলৈ দিছে দক্ষিণ কোৰিয়াৰ সেনাই । পুনৰ দুটাকৈ ক্ষেপণাস্ত্র নিক্ষেপ কৰাৰ পাছতেই অঞ্চলটোত উত্তেজনা অধিক বৃদ্ধি হোৱা বুলি আন্তৰ্জাতিক সূত্ৰে জানিবলৈ পোৱা গৈছে । উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে আন্তৰ্জাতিক নিষেধাজ্ঞা অমান্য কৰি দেশখনৰ পাৰমাণৱিক অস্ত্ৰাগাৰ বৃদ্ধি কৰাৰ লক্ষ্যৰে অস্ত্ৰ পৰীক্ষা অব্যাহত ৰাখিবলৈ সংকল্পৱদ্ধ বুলি শেহতীয়া মিছাইল উৎক্ষেপণে প্ৰমাণ কৰিছে ৷ একাংশ বিশেষজ্ঞই জনোৱা অনুসৰি কিমৰ লক্ষ্য হৈছে এক বৈধ পাৰমাণৱিক ৰাষ্ট্ৰ হিচাপে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃতি লাভ কৰা আৰু জাৰি কৰা নিষেধাজ্ঞাসমূহ উঠাই লোৱা । অৱশ্যে আন্তৰ্জাতিক সম্প্ৰদায়ে সেইটো হ’বলৈ দিয়াৰ কোনো লক্ষণ দেখিবলৈ পোৱা হোৱা নাই ।

উল্লেখ্য যে, ৪ অক্টোবৰ মঙলবাৰে নিক্ষেপন কৰা ক্ষেপণাস্ত্ৰ গৈ পৰে প্রশান্ত মহাসাগৰত । অৱশ্যে ইয়াৰ ফলত কোনো লোক হতাহত হোৱা নাই । উত্তৰ কোৰিয়াৰ শেহতীয়া আক্ৰমণক কেন্দ্ৰ কৰি আন্তর্জাতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । উক্ত ঘটনাক গৰিহণা দিছে জাপানৰ প্রধানমন্ত্রী ফুমিয়ো কিশিচাই । উত্তৰ কোৰিয়াৰ এনে ধৰণৰ আচৰণক ‘আক্রমণাত্মক’ আখ্যা দিছে কিশিচাই

Tags: Kim jongnorth koreanorth korea vs USAsouth koreaUSA
Previous Post

বড়ো মাধ্যমৰ উপৰিও ৰাজ্যৰ সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰৱৰ্তন কৰিব বড়ো মাধ্যম

Next Post

‘লভিতা’ৰ বিকৃতকৰণ আৰু নিৰুপমা বৰগোহাঞিৰ সন্দৰ্ভত মন্তব্য ডঃহীৰেন গোহাঁইৰ

Related Posts

সামাজিক মাধ্যমত দিয়া পোষ্টৰ ওপৰতো ভিত্তি কৰি বাতিল হ’ব পাৰে আমেৰিকাৰ ভিছা আৰু গ্ৰীণ কাৰ্ডৰ আবেদন, ‎কৈছে আমেৰিকাই
আন্তঃৰাষ্ট্ৰীয়

সামাজিক মাধ্যমত দিয়া পোষ্টৰ ওপৰতো ভিত্তি কৰি বাতিল হ’ব পাৰে আমেৰিকাৰ ভিছা আৰু গ্ৰীণ কাৰ্ডৰ আবেদন, ‎কৈছে আমেৰিকাই

April 14, 2025
সামাজিক মাধ্যমত দিয়া পোষ্টৰ ওপৰতো ভিত্তি কৰি বাতিল হ’ব পাৰে আমেৰিকাৰ ভিছা আৰু গ্ৰীণ কাৰ্ডৰ আবেদন, ‎কৈছে আমেৰিকাই
আন্তঃৰাষ্ট্ৰীয়

সামাজিক মাধ্যমত দিয়া পোষ্টৰ ওপৰতো ভিত্তি কৰি বাতিল হ’ব পাৰে আমেৰিকাৰ ভিছা আৰু গ্ৰীণ কাৰ্ডৰ আবেদন, ‎কৈছে আমেৰিকাই

April 11, 2025
দ্ৰুতগতিত হ্ৰাস পাব ফোন, টিভি, ফ্ৰীজৰ দাম ! ট্ৰাম্পৰ চীনা শুল্ক নীতিৰ দ্বাৰা কেনেদৰে লাভান্বিত হ’ব ‎ভাৰত? ‎
আন্তঃৰাষ্ট্ৰীয়

দ্ৰুতগতিত হ্ৰাস পাব ফোন, টিভি, ফ্ৰীজৰ দাম ! ট্ৰাম্পৰ চীনা শুল্ক নীতিৰ দ্বাৰা কেনেদৰে লাভান্বিত হ’ব ‎ভাৰত? ‎

April 10, 2025
Next Post
‘লভিতা’ৰ বিকৃতকৰণ আৰু নিৰুপমা বৰগোহাঞিৰ সন্দৰ্ভত মন্তব্য ডঃহীৰেন গোহাঁইৰ

'লভিতা'ৰ বিকৃতকৰণ আৰু নিৰুপমা বৰগোহাঞিৰ সন্দৰ্ভত মন্তব্য ডঃহীৰেন গোহাঁইৰ

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.