• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

দ্ৰুতগতিত হ্ৰাস পাব ফোন, টিভি, ফ্ৰীজৰ দাম ! ট্ৰাম্পৰ চীনা শুল্ক নীতিৰ দ্বাৰা কেনেদৰে লাভান্বিত হ’ব ‎ভাৰত? ‎

News Desk by News Desk
April 10, 2025
in আন্তঃৰাষ্ট্ৰীয়, বাণিজ্য
Share on FacebookShare on Whatsapp

বিশ্বৰ দুই অৰ্থনৈতিক মহা শক্তি চীন আৰু আমেৰিকাৰ মাজত আৰম্ভ হৈছে বাণিজ্য যুদ্ধ। আমেৰিকাই চীনৰ ওপৰত ‎আৰোপ কৰা শুল্ক ১০% ৰ পৰা ১২৫ শতাংশলৈ বৃদ্ধি কৰিছে। ইয়াৰ প্ৰতিবাদত চীনেও আমেৰিকাৰ ওপৰত ৮৪% শুল্ক ‎আৰোপ কৰিছে।

চীনৰ চৰকাৰে স্পষ্ট কৰি দিছে যে বৃহস্পতিবাৰৰ পৰা আমেৰিকাৰ সামগ্ৰীৰ ওপৰত ৮৪ শতাংশ পৰ্যন্ত শুল্ক ‎আৰোপ কৰা হ’ব।

অৱশ্যে এই দুয়োখন দেশৰ মাজত চলি থকা বাণিজ্য যুদ্ধৰ পৰা ভাৰতীয় গ্ৰাহকসকল প্ৰকৃততে লাভৱান ‎হ’ব বুলি সূত্ৰই জানিবলৈ দিছে।

একাধিক ভাৰতীয় সংবাদ সংস্থাৰ মতে, চীনৰ ওপৰত আমেৰিকাই ব্যাপক শুল্ক আৰোপ কৰাৰ লগে লগে ‎চীনৰ কেইবাটাও ইলেক্ট্ৰনিক উপাদান নিৰ্মাতাই ভাৰতীয় কোম্পানীক পাঁচ শতাংশ পৰ্যন্ত ৰেহাই ‎আগবঢ়াইছে।

এই পৰিস্থিতিত ভাৰতীয় কোম্পানীসমূহেও গ্ৰাহকক তেওঁলোকৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰিবলৈ ৰেহাইৰ এক ‎নিৰ্দিষ্ট অংশ প্ৰদান কৰিব বুলি আশা কৰা হৈছে। বিভিন্ন অৰ্থনৈতিক সংস্থাৰ বিষয়াসকলেও একেধৰণৰ আশা ‎প্ৰকাশ কৰিছে। অদূৰ ভৱিষ্যতে অধিক চাহিদা থকা ফোন, টিভি, ফ্ৰীজৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম ‎হ্ৰাস পাব পাৰে বুলি ধাৰণা কৰা হৈছে।

পাৰস্পৰিক শুল্ক নীতি কাৰ্যকৰী হোৱাৰ মাত্ৰ ২৪ ঘণ্টাৰ পিছত বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে এক ‎বৃহৎ সিদ্ধান্ত ঘোষণা কৰি কয় যে চীনৰ বাহিৰে সকলো দেশৰ বাবে ৯০ দিনৰ বাবে প্ৰতিশোধমূলক শুল্ক ‎স্থগিত ৰখা হৈছে। একে সময়তে চীনৰ সামগ্ৰীৰ ওপৰত ১২৫ শতাংশ শুল্ক কাৰ্যকৰী কৰা হ’ব বুলি ঘোষণা ‎কৰা হৈছে। ৱাশ্বিংটনৰ এই ঘোষণাৰ পিছতে চীনৰ ঔদ্যোগিক খণ্ডত বিৰাট অস্থিৰতাৰ সৃষ্টি হৈছে।

Previous Post

২০২০ চনত দিল্লীত হোৱা দাঙ্গাত জড়িত আছিল বিজেপি নেতা! তদন্তৰ নিৰ্দেশ আদালতৰ

Next Post

মনুবাদী হ’বলৈ গৈ দলৰ পৰা বহিষ্কাৰ হ’ল বিজেপি নেতা
গংগা জলেৰে ‘পবিত্ৰ’ কৰা হ’ল দলিত কংগ্ৰেছ নেতাই দৰ্শন কৰা মন্দিৰ

Related Posts

সামাজিক মাধ্যমত দিয়া পোষ্টৰ ওপৰতো ভিত্তি কৰি বাতিল হ’ব পাৰে আমেৰিকাৰ ভিছা আৰু গ্ৰীণ কাৰ্ডৰ আবেদন, ‎কৈছে আমেৰিকাই
আন্তঃৰাষ্ট্ৰীয়

সামাজিক মাধ্যমত দিয়া পোষ্টৰ ওপৰতো ভিত্তি কৰি বাতিল হ’ব পাৰে আমেৰিকাৰ ভিছা আৰু গ্ৰীণ কাৰ্ডৰ আবেদন, ‎কৈছে আমেৰিকাই

April 14, 2025
সামাজিক মাধ্যমত দিয়া পোষ্টৰ ওপৰতো ভিত্তি কৰি বাতিল হ’ব পাৰে আমেৰিকাৰ ভিছা আৰু গ্ৰীণ কাৰ্ডৰ আবেদন, ‎কৈছে আমেৰিকাই
আন্তঃৰাষ্ট্ৰীয়

সামাজিক মাধ্যমত দিয়া পোষ্টৰ ওপৰতো ভিত্তি কৰি বাতিল হ’ব পাৰে আমেৰিকাৰ ভিছা আৰু গ্ৰীণ কাৰ্ডৰ আবেদন, ‎কৈছে আমেৰিকাই

April 11, 2025
শ্ৰীলংকাৰ সংসদীয় নিৰ্বাচনত ‘বাওঁপন্থী’ৰ বিজয়
আন্তঃৰাষ্ট্ৰীয়

শ্ৰীলংকাৰ সংসদীয় নিৰ্বাচনত ‘বাওঁপন্থী’ৰ বিজয়

January 31, 2025
Next Post
মনুবাদী হ’বলৈ গৈ দলৰ পৰা বহিষ্কাৰ হ’ল বিজেপি নেতাগংগা জলেৰে ‘পবিত্ৰ’ কৰা হ’ল দলিত কংগ্ৰেছ নেতাই দৰ্শন কৰা মন্দিৰ

মনুবাদী হ’বলৈ গৈ দলৰ পৰা বহিষ্কাৰ হ’ল বিজেপি নেতা
গংগা জলেৰে ‘পবিত্ৰ’ কৰা হ’ল দলিত কংগ্ৰেছ নেতাই দৰ্শন কৰা মন্দিৰ

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.