• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফলৰ পাছতে বিৰোধী বাওঁমৰ্চা-কংগ্ৰেছ কৰ্মীক আক্ৰমণ বিজেপিৰ।

News Desk by News Desk
March 7, 2023
in ৰাজনীতি
Share on FacebookShare on Whatsapp

ত্ৰিপুৰাত পুনৰ চৰকাৰ গঠন কৰিয়ে বিৰোধীক আক্ৰমণ কৰিবলৈ এক প্ৰকাৰে অনুঞ্জাপত্ৰ হে লাভ কৰিলে বিজেপি দলে। ২ মাৰ্চত ফলাফল ঘোষণা হোৱাৰ পাছতে বিৰোধী দল বিশেষকৈ চিপিআই(এম)ৰ কৰ্মী-সমৰ্থক সকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে দলটোৱে। পূৰ্ৱৰ নিৰ্বাচনতকৈ প্ৰায় ১০ শতাংশ ভোট কমি যোৱাৰ পাছতে অধিক হিংসাত্মক পৰিৱেশৰ সৃষ্টি কৰিছে বিজেপিয়ে। বিৰোধীক এই আক্ৰমণৰ সন্দৰ্ভত চিপিআই(এম)আৰু বাওঁ মৰ্চাৰ প্ৰতিনিধি দলে ৰাজ্যপালক সাক্ষাৎ কৰিবলৈ গৈছিল যদিও সাক্ষাৎ কৰিব নাপালে।

উল্লেখ্য যে ত্ৰিপুৰাত এই পৰ্যন্ত চি পি আই (এম) সমৰ্থকৰ ঘৰ-দুৱাৰ,সম্পত্তি ধ্বংস কৰা, শাৰীৰিক আক্ৰমণ, ধন দাবীৰ লগতে সাধাৰণ লোকৰ জীৱিকাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ হিংসাত্মক আক্ৰমণ অব্যাহত আছে। দলটোৰ সৰ্বোচ্চ সমিতিৰ এক বিবৃত্তিৰ মতে বিৰোধী কৰ্মীৰ ওপৰত হাজাৰৰো অধিক কাণ্ডৰ সংঘটিত কৰিছে। এই হিংসাত বৰ্তমানলৈকে  তিনিজন লোকৰ প্ৰাণ হেৰুৱাৰ উপৰিও বহু লোক আহত হৈছে। ঘটনা সংক্ৰান্তত  ৬৬৮টা গোচৰো দাখিল কৰা হৈছে।

চি পি আই(এম)ৰ পলিট ব্যুৰোৱে আইন-শৃংখলা পুনৰুদ্ধাৰ কৰাৰ লগতে ভুক্তভোগীসকলক প্ৰয়োজনীয় আৰ্থিক আৰু চিকিৎসা সাহায্য প্ৰদানৰ বাবে ৰাজ্যৰ প্ৰশাসন শীঘ্ৰে হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে। লগতে ত্ৰিপুৰাত বিজেপিয়ে গণতন্ত্ৰক হত্যা কৰাৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণৰ আহ্বান জনাইছে।

Tags: BJPCPIMCPIM tripura
Previous Post

পশুপালন মন্ত্ৰীৰ গৃহ সমষ্টিত প্ৰহসনত পৰিণত পশু টিকাকৰণ আঁচনি

Next Post

ইন্দিবৰ দেউৰীৰ স্মৃতিত

Related Posts

বিৰোধীৰ প্ৰতিবাদ, সংসদত আলোচনা হ’ব মণিপুৰকলৈ
ৰাজনীতি

বিৰোধীৰ প্ৰতিবাদ, সংসদত আলোচনা হ’ব মণিপুৰকলৈ

July 21, 2023
লোকসভা সচিবালয়ে খাৰিজ কৰিলে ৰাহুল গান্ধীৰ সাংসদ পদ।
ৰাজনীতি

লোকসভা সচিবালয়ে খাৰিজ কৰিলে ৰাহুল গান্ধীৰ সাংসদ পদ।

March 24, 2023
আজমলৰ বক্তব্যই বিজেপিৰ সাম্প্ৰদায়িক প্ৰচাৰক উৎসাহিত কৰিবঃ চিপিআই(এম)
ৰাজনীতি

আজমলৰ বক্তব্যই বিজেপিৰ সাম্প্ৰদায়িক প্ৰচাৰক উৎসাহিত কৰিবঃ চিপিআই(এম)

December 4, 2022
Next Post
ইন্দিবৰ দেউৰীৰ স্মৃতিত

ইন্দিবৰ দেউৰীৰ স্মৃতিত

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.