২১ বছৰৰ পাছত কংগ্ৰেছৰ সভাপতি পদৰ বাবে ১৭ অক্টোবৰত অনুষ্ঠিত হব নিৰ্বাচন
১৯ অক্টোবৰত ঘোষণা কৰা হব ফলাফল। ২২ ছেপ্টেম্বৰত নিৰ্বাচনৰ জাননী জাৰি কৰা হব আৰু মনোনয়ন-পত্ৰ দাখিলৰ প্ৰক্ৰিয়া ২৪ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হব বুলি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই জানিবলৈ দিছে ।
অৱশ্যে, একাধিক প্ৰতিদ্বন্দি প্ৰাৰ্থী নাথাকিলে ৮ অক্টোবৰতেই ঘোষণা কৰা হব কংগ্রেছৰ পৰবৰ্তী সভাপতিৰ নাম