• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

কংগ্ৰেছৰ সভাপতি নিৰ্বাচনঃ কোন হব কংগ্ৰেছৰ পৰবৰ্তী সভাপতি- খৰ্গে নে থাৰুৰ?

News Desk by News Desk
October 17, 2022
in ৰাজনীতি
Share on FacebookShare on Whatsapp

ভাৰতৰ জাতীয় কংগ্ৰেছৰ সভাপতি পদৰ বাবে ভোটদান প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈছে। সুদীৰ্ঘ ২৫ বছৰৰ পাছত গান্ধী পৰিয়ালৰ বাহিৰৰ এজন প্ৰাৰ্থী দলটোৰ মুৰব্বী পদত অধিস্থিত হব। কংগ্ৰেছ দলটোৰ মূৰব্বী পদৰ বাবে প্ৰতিদ্বন্দিতা আগবঢ়াইছে দলটোৰ জ্যেষ্ঠ নেতা ক্ৰমে মল্লীকাৰজুন খৰ্গে আৰু শশী থাৰুৰে। Electoral Collage ৰ পৰা নিৰ্বাচিত প্ৰদেশ কংগ্ৰেছ কমিটিৰ ৯ হাজাৰৰো অধিক প্ৰতিনিধিয়ে এই নিৰ্বাচনত অংশ গ্ৰহণ কৰিব। গোপন বেলটৰ যোগেদি তেওঁলোকে দলৰ মুৰব্বী জনক নিৰ্বাচিত কৰিব। আজি পুৱা ১০ বজাৰ পৰা এআইচিচিৰ কাৰ্যালয় আৰু সমগ্ৰ দেশৰ ৰাজ্যিক কাৰ্যালয় সমূহৰ ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হয়। AICC ৰ মুখ্য কাৰ্যালয়ত ভোটদান প্ৰক্ৰিয়া আৰম্ভ কৰে প্ৰবীণ কংগ্ৰেছ নেতা পি চিদাম্বৰমে। আজি আবেলি ৪ বজাত ভোটগ্ৰহণ প্ৰক্ৰিয়াৰ অন্ত পৰিব আৰু অহা ১৯ অক্টোবৰ তাৰিখত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব।গান্ধী পৰিয়ালৰ অতিশয় ঘনিষ্ঠ হোৱা হেতুকে মল্লীকাৰজুন খৰ্গেই নিৰ্বাচনৰ অন্তত বিজয়ৰ হাঁহি মাৰিব বুলি বহুতেই ধাৰণা কৰিছে। যদিও দুয়োগৰাকী প্ৰাৰ্থীয়ে সমগ্ৰ ভাৰততে তীব্ৰ প্ৰচাৰ চলাই আহিছে। উল্লেখ্য যে, কংগ্ৰেছ দলৰ প্ৰায় ১৩৭ বছৰীয়া ইতিহাসত ষষ্ঠবাৰৰ বাবে নিৰ্বাচনী প্ৰতিদ্বন্দিতাৰ জৰিয়তে দলটোৰ সভাপতি নিৰ্বাচিত কৰা হ’ব।

Tags: CongressMallikarjun KhargePresident Polls 2022Shashi Tharoor
Previous Post

চীন সীমান্তৰ পৰা সন্ধানহীন দুই অৰুণাচলী যুৱক

Next Post

তিনিচুকীয়া জিলাৰ কাকপথাৰত গাওঁ প্ৰধান নিযুক্তি প্ৰক্ৰিয়াত চৰকাৰী নীতি-নিয়ম উলংঘা

Related Posts

বিৰোধীৰ প্ৰতিবাদ, সংসদত আলোচনা হ’ব মণিপুৰকলৈ
ৰাজনীতি

বিৰোধীৰ প্ৰতিবাদ, সংসদত আলোচনা হ’ব মণিপুৰকলৈ

July 21, 2023
লোকসভা সচিবালয়ে খাৰিজ কৰিলে ৰাহুল গান্ধীৰ সাংসদ পদ।
ৰাজনীতি

লোকসভা সচিবালয়ে খাৰিজ কৰিলে ৰাহুল গান্ধীৰ সাংসদ পদ।

March 24, 2023
ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফলৰ পাছতে বিৰোধী বাওঁমৰ্চা-কংগ্ৰেছ কৰ্মীক আক্ৰমণ বিজেপিৰ।
ৰাজনীতি

ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফলৰ পাছতে বিৰোধী বাওঁমৰ্চা-কংগ্ৰেছ কৰ্মীক আক্ৰমণ বিজেপিৰ।

March 7, 2023
Next Post
তিনিচুকীয়া জিলাৰ কাকপথাৰত গাওঁ প্ৰধান নিযুক্তি প্ৰক্ৰিয়াত চৰকাৰী নীতি-নিয়ম উলংঘা

তিনিচুকীয়া জিলাৰ কাকপথাৰত গাওঁ প্ৰধান নিযুক্তি প্ৰক্ৰিয়াত চৰকাৰী নীতি-নিয়ম উলংঘা

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.