• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

আজমলৰ বক্তব্যই বিজেপিৰ সাম্প্ৰদায়িক প্ৰচাৰক উৎসাহিত কৰিবঃ চিপিআই(এম)

News Desk by News Desk
December 4, 2022
in ৰাজনীতি
Share on FacebookShare on Whatsapp

এআইইউডিএফৰ মূৰব্বী বদৰুদ্দিন আজমলে জনসংখ্যা বৃদ্ধি আৰু ‘লাভ জিহাদ’ বিষয় দুটাৰ প্ৰসংগত আগবঢ়োৱা জঘন্য সাম্প্ৰদায়িক বক্তব্যক চিপিআই(এম) অসম ৰাজ্যিক কমিটিয়ে তীব্ৰভাৱে গৰিহণা জনাইছে। চিপিআই(এম) য়ে এক প্ৰেছ টোকা যোগেদি কয় যে- আজমলে হিন্দু যুৱক-যুৱতীৰ বিবাহৰ বয়স, যৌন জীৱন আদিকলৈ যি কুৎসিৎ ব্যাখ্যা আগবঢ়াইছে, সেইয়া বাস্তৱতাৰ লগত তাৰ কোনো সম্পৰ্ক নাই। তদুপৰি লাভ জিহাদৰ বিষয়টোক লৈ তেওঁ যিবোৰ তীৰ্যক মন্তব্য কৰিছে, সেইবোৰে দৰাচলতে বিজেপি-আৰএছএছ-এ লাভ জিহাদৰ নামত যিবোৰ অবাস্তৱ আৰু সাম্প্ৰদায়িক কথা-বাৰ্তা কৈ থাকে সেইবোৰকহে পুনৰ চৰ্চালৈ আনিব। সামগ্ৰিকভাৱে বদৰুদ্দিন আজমলৰ উদ্ভৎ, বিদ্বেষপূৰ্ণ আৰু সাম্প্ৰদায়িক বক্তব্যই বিজেপি-আৰএছএছক তেওঁলোকৰ সাম্প্ৰদায়িক প্ৰচাৰ আগবঢ়াই নিবৰ বাবে নতুন ক্ষেত্ৰ উলিয়াই দিলে মন্তব্য প্ৰকাশ কৰিছে।

লগতে চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে এই বক্তব্যৰ নিন্দা কৰাৰ লগতে অসমৰ হিন্দু-মুছলমান সকলো নাগৰিককে এনে ঘৃণনীয় বক্তব্যৰ বিৰুদ্ধে সোচ্ছাৰ হ’বলৈ আহ্বান জনাইছে।

Tags: CPIMcpim assam
Previous Post

কংগনাৰ “ইমাৰজেঞ্চি” চলচিত্ৰৰ বাবে বিহাৰ-পশ্চিমবংগ সদৃশ পৰিৱেশ অসমৰ বোকাখাতত

Next Post

ভাষাৰ ওজা” হেমচন্দ্ৰ বৰুৱাৰ জন্মদিৱস উপলক্ষে ঢেকিয়াজুলিত ইলোৰা বিজ্ঞান মঞ্চৰ “অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস উদযাপন

Related Posts

বিৰোধীৰ প্ৰতিবাদ, সংসদত আলোচনা হ’ব মণিপুৰকলৈ
ৰাজনীতি

বিৰোধীৰ প্ৰতিবাদ, সংসদত আলোচনা হ’ব মণিপুৰকলৈ

July 21, 2023
লোকসভা সচিবালয়ে খাৰিজ কৰিলে ৰাহুল গান্ধীৰ সাংসদ পদ।
ৰাজনীতি

লোকসভা সচিবালয়ে খাৰিজ কৰিলে ৰাহুল গান্ধীৰ সাংসদ পদ।

March 24, 2023
ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফলৰ পাছতে বিৰোধী বাওঁমৰ্চা-কংগ্ৰেছ কৰ্মীক আক্ৰমণ বিজেপিৰ।
ৰাজনীতি

ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফলৰ পাছতে বিৰোধী বাওঁমৰ্চা-কংগ্ৰেছ কৰ্মীক আক্ৰমণ বিজেপিৰ।

March 7, 2023
Next Post
ভাষাৰ ওজা” হেমচন্দ্ৰ বৰুৱাৰ জন্মদিৱস উপলক্ষে ঢেকিয়াজুলিত ইলোৰা বিজ্ঞান মঞ্চৰ “অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস উদযাপন

ভাষাৰ ওজা" হেমচন্দ্ৰ বৰুৱাৰ জন্মদিৱস উপলক্ষে ঢেকিয়াজুলিত ইলোৰা বিজ্ঞান মঞ্চৰ "অন্ধবিশ্বাস আৰু কুসংস্কাৰ বিৰোধী দিৱস উদযাপন

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.