• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

তিনিচুকীয়া জিলাৰ কাকপথাৰত গাওঁ প্ৰধান নিযুক্তি প্ৰক্ৰিয়াত চৰকাৰী নীতি-নিয়ম উলংঘা

News Desk by News Desk
October 17, 2022
in ৰাজনীতি, সমাজ
Share on FacebookShare on Whatsapp

সদ্য ঘোষিত গাওঁ প্ৰধান নিযুক্তি প্ৰক্ৰিয়াত তিনিচুকীয়া জিলাৰ কাকপথাৰত চৰম অনিয়ম হোৱাৰ অভিযোগ উত্থাপন হৈছে ।

ডুমডুমা ৰাজহ চক্ৰৰ অন্তৰ্গত কাকপথাৰৰ কুলিপথাৰ, সৰুমেছাই গাওঁৰ গাওঁপ্ৰধান নিযুক্তি প্ৰক্ৰিয়াত স্থানীয় বিধায়কৰ ছত্ৰছায়াত নিযুক্তি লাভ কৰাৰ অভিযোগ উত্থাপন হৈছে।

চৰকাৰী নীতি-নিয়ম উলংঘা কৰি কাকপথাৰৰ কুলিপথাৰ গাঁৱত ভাৰতীয় জনতা যুৱ মৰ্চাৰ শদিয়া জিলা সমিতিৰ উপ সভাপতি হিৰেন্দ্ৰ মৰাণক নিযুক্তি দিলে গাওঁপ্ৰধান হিচাপে ।

আনহাতে সৰুমেছাই গাওঁত গাওঁ প্ৰধান নিযুক্তিত অনিয়ম হোৱাৰ অভিযোগ  উত্থাপন কৰিছে পূৰ্বৰ গাওঁ প্ৰধানজনে।

শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াৰ হস্তক্ষেপত গাওঁ প্ৰধান নিযুক্তি লাভ কৰাৰ অভিযোগ তুলি গাওঁকেইখনত পুনৰ সাক্ষ্যাৎকাৰ লৈ স্বচ্ছ আৰু নিকা পদ্ধতিৰে নিযুক্তি দিবলৈ দাবী উত্থাপন কৰিছে।

নিয়মাৱলী অনুসৰি ৰাজনৈতিক দলৰ সক্ৰিয় সদস্য, অভিযুক্ত, চৰকাৰী ধন আত্মসাৎ কৰাৰ ব্যক্তি নিৰ্বাচিত নহ’ব বুলি উল্লেখ থকাৰ পিছতো কেনেদৰে উল্লেখিত ব্যক্তিক নিৰ্বাচিত হ’ল বুলি চৰকাৰলৈ প্ৰশ্ন উত্থাপন ।

দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ বুলি দম্ভালি মাৰি থকা ৰাজ্য চৰকাৰে এই সকলৰ বিৰুদ্ধে কি ব্যৱস্থা হাতত লব সেইয়া হ’ব লক্ষ্যণীয়।

Tags: Assam governmentassam govtBJP
Previous Post

কংগ্ৰেছৰ সভাপতি নিৰ্বাচনঃ কোন হব কংগ্ৰেছৰ পৰবৰ্তী সভাপতি- খৰ্গে নে থাৰুৰ?

Next Post

আজিৰ পৰিবেশত কাতি বিহুৰ অনুভৱ, কাতি বিহু উপলক্ষে বিশেষ লেখা

Related Posts

অসম

গৰু বিহুত খোৱা এশ এবিধ শাক কি কি জানো আহক

April 14, 2025
যৌন নিৰ্যাতনৰ বলি হৈছে নেকি আপোনাৰ কণমাণি সন্তান? কেনেকৈ বুজিব আপুনি?
সমাজ

যৌন নিৰ্যাতনৰ বলি হৈছে নেকি আপোনাৰ কণমাণি সন্তান? কেনেকৈ বুজিব আপুনি?

August 21, 2024
বিৰোধীৰ প্ৰতিবাদ, সংসদত আলোচনা হ’ব মণিপুৰকলৈ
ৰাজনীতি

বিৰোধীৰ প্ৰতিবাদ, সংসদত আলোচনা হ’ব মণিপুৰকলৈ

July 21, 2023
Next Post
আজিৰ পৰিবেশত কাতি বিহুৰ অনুভৱ, কাতি বিহু উপলক্ষে বিশেষ লেখা

আজিৰ পৰিবেশত কাতি বিহুৰ অনুভৱ, কাতি বিহু উপলক্ষে বিশেষ লেখা

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.