• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

লোকসভা সচিবালয়ে খাৰিজ কৰিলে ৰাহুল গান্ধীৰ সাংসদ পদ।

News Desk by News Desk
March 24, 2023
in ৰাজনীতি
Share on FacebookShare on Whatsapp


গুজৰাটৰ চুৰাটৰ মুখ্য দণ্ডাধীশৰ আদালতে ৰাহুল গান্ধীক এক ফৌজদাৰী মানহানি গোচৰত দোষী সাব্যস্ত কৰাৰ পাছতে জনপ্ৰতিনিধি আইন অনুসৰি লোকসভা সচিবালয়ে খাৰিজ কৰিলে কংগ্ৰেছ নেতাজনৰ সাংসদ পদ।
চুৰাটৰ মুখ্য দণ্ডাধীশৰ আদালতে  ২০১৯ চনত কৰ্ণাতকৰ এখন নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি ৰাহুল গান্ধীয়ে “মোদী চোৰ হয়” বুলি কৰা মন্তব্যৰ অভিযোগত ২৩ মাৰ্চত দুই বছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল।
আদালতে দিয়া ৰায়দানৰ পাছতে আজি লোকসভা সচিবালয়ে জনপ্ৰতিনিধি আইন অনুসৰি ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ কৰে। ইয়াৰ ওপৰিও জনপ্ৰতিনিধি আইন অনুসৰি ৮ বছৰৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ বাবে অযোগ্য বুলি ঘোষণা কৰে কংগ্ৰেছ নেতাজনক।
ৰাহুল গান্ধীক সাংসদ পদ খাৰিজ কৰাৰ পাছতে কংগ্ৰেছে কৈছে যে- এতিয়া সত্যৰ বাবে যুঁজ দিয়াৰ সময়। ৰাহুল গান্ধীক সাংসদ পদ খাৰিজ কৰা ঘটনাই আগন্তক লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বাবে এইয়া মোক্ষম আঘাট বুলিব পাৰি।

Tags: Congressrahul gandhi
Previous Post

বিস্মৃতিৰ গৰ্ভত হেৰাই যোৱা বৰপেটাৰ কিংবদন্তি অভিনেতা ৰাজিন বেকাৰীলৈ শ্ৰদ্ধাঞ্জলি

Next Post

বিশিষ্ট সমাজ বিজ্ঞানী, কবি-গীতিকাৰ,গল্পকাৰ – ঔপন্যাসিক তথা অসমৰ প্ৰগতিশীল সাহিত্য আন্দোলনৰ পুৰোধা ব্যক্তি অনিল ৰায়চৌধুৰীৰ মৃত্যু দিৱসত তেখেতৰ বিষয়ে কিছু কথা।  

Related Posts

বিৰোধীৰ প্ৰতিবাদ, সংসদত আলোচনা হ’ব মণিপুৰকলৈ
ৰাজনীতি

বিৰোধীৰ প্ৰতিবাদ, সংসদত আলোচনা হ’ব মণিপুৰকলৈ

July 21, 2023
ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফলৰ পাছতে বিৰোধী বাওঁমৰ্চা-কংগ্ৰেছ কৰ্মীক আক্ৰমণ বিজেপিৰ।
ৰাজনীতি

ত্ৰিপুৰা নিৰ্বাচনৰ ফলাফলৰ পাছতে বিৰোধী বাওঁমৰ্চা-কংগ্ৰেছ কৰ্মীক আক্ৰমণ বিজেপিৰ।

March 7, 2023
আজমলৰ বক্তব্যই বিজেপিৰ সাম্প্ৰদায়িক প্ৰচাৰক উৎসাহিত কৰিবঃ চিপিআই(এম)
ৰাজনীতি

আজমলৰ বক্তব্যই বিজেপিৰ সাম্প্ৰদায়িক প্ৰচাৰক উৎসাহিত কৰিবঃ চিপিআই(এম)

December 4, 2022
Next Post
বিশিষ্ট সমাজ বিজ্ঞানী, কবি-গীতিকাৰ,গল্পকাৰ – ঔপন্যাসিক তথা অসমৰ প্ৰগতিশীল সাহিত্য আন্দোলনৰ পুৰোধা ব্যক্তি অনিল ৰায়চৌধুৰীৰ মৃত্যু দিৱসত তেখেতৰ বিষয়ে কিছু কথা।  

বিশিষ্ট সমাজ বিজ্ঞানী, কবি-গীতিকাৰ,গল্পকাৰ - ঔপন্যাসিক তথা অসমৰ প্ৰগতিশীল সাহিত্য আন্দোলনৰ পুৰোধা ব্যক্তি অনিল ৰায়চৌধুৰীৰ মৃত্যু দিৱসত তেখেতৰ বিষয়ে কিছু কথা।  

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.