• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Wednesday, July 23, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

চলিত বৰ্ষৰ শান্তিৰ নোবেল বঁটাৰ বাবে মনোনিত হৈছে দুজনকৈ ভাৰতীয় সাংবাদিক

News Desk by News Desk
October 5, 2022
in সমাজ
Share on FacebookShare on Whatsapp

চলিত বৰ্ষত বিশ্বৰ বহুকেইজন সামাজকৰ্মী,ৰাজনীতিবিদ,পৰিৱেশকৰ্মী লগতে দুজনকৈ ভাৰতীয় সাংবাদিক শান্তিৰ নোবেল বঁটাৰ বাবে মনোনীত হৈছে।

তথ্য পৰীক্ষা কৰা জনপ্ৰিয় ৱেবছাইট ‘alt news ‘ৰ সহ-প্ৰতিষ্ঠাপক প্ৰতীক সিনহা আৰু মহম্মদ জুবাইৰক নোবেল বঁটাৰ বাবে মনোনীত কৰিছে বঁটা প্ৰদান কমিটিয়ে।  

চলিত মাহৰ ৭ অক্টোবৰত নৰৱেৰ নোবেল কমিটিয়ে শান্তিৰ নোবেল বঁটা বিজয়ীৰ নাম  ঘোষণা কৰিব।

উল্লেখযোগ্য যে যিসকল লোকে মানৱ জাতিৰ উত্তৰণৰ হকে কাম কৰি আহিছে সেই সকলৰ মাজৰ পৰাই নিৰ্বাচিত কৰি শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়।

ভাৰতৰ সাংবাদিক দুজন ক্ৰমে প্ৰতীক সিনহা আৰু মহম্মদ জুবাইৰে সামাজিক তথা সংবাদ মাধ্যমত ভুলকৈ প্ৰচাৰিত হৈ থকা খবৰ সমূহ alt news ৰ যোগেদি সঠিক ৰূপত উপস্থাপন কৰি আহিছে।

ভুল তথ্যৰ বিৰুদ্ধে দিয়া যুঁজ, সামাজিক তথা সংবাদ মাধ্যমত প্ৰচাৰিত ভুৱা বাতৰিৰ পদ্ধতিগতভাৱে উদঙাই দিয়া তথা তথ্য পৰীক্ষা কৰা ৱেবছাইট alt newsত কৰি অহা কাম-কাজৰ বাবে শান্তিৰ নোবেল বঁটাৰ বাবে  মনোনীত হৈছে।

উল্লেখযোগ্য যে চলিত বৰ্ষৰ জুন মাহত দিল্লী আৰক্ষীয়ে এটা ৪ বছৰীয়া পুৰণি টুইটক ভিত্তি কৰি জুবাইৰক গ্ৰেপ্তাৰ কৰিছিল আৰু প্ৰায় এমাহৰ পিছত অৰ্থাৎ ২০ জুলাইত উচ্চতম ন্যায়ালয়ে জুবাইৰক জামিন প্ৰদান কৰিছিল।

ভাৰতৰ দুই সাংবাদিকৰ উপৰিও বেলাৰুছৰ বিৰোধী ৰাজনীতিবিদ স্ভিয়াটলানা ছিখানুস্কায়া, ব্ৰিটিছ প্ৰকৃতি সম্প্ৰচাৰক ডেভিদ এটেনব’ৰ’, বিশ্ব স্বাস্থ্য সংস্থা, পৰিৱেশ কৰ্মী গ্ৰেটা থানবাৰ্গ, প’প ফ্ৰান্সিছ,   টুভালুৰ বৈদেশিক মন্ত্ৰী চাইমন ক’ফে, আৰু ম্যানমাৰৰ ৰাষ্ট্ৰীয় ঐক্য চৰকাৰক মনোনীত কৰা হৈছে।

Tags: alt newsmahmmedzubairnobel peace prizepratik singha
Previous Post

অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ হেলিকপ্টাৰ দুৰ্ঘটনাগ্ৰস্ত

Next Post

বড়ো মাধ্যমৰ উপৰিও ৰাজ্যৰ সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰৱৰ্তন কৰিব বড়ো মাধ্যম

Related Posts

অসম

গৰু বিহুত খোৱা এশ এবিধ শাক কি কি জানো আহক

April 14, 2025
যৌন নিৰ্যাতনৰ বলি হৈছে নেকি আপোনাৰ কণমাণি সন্তান? কেনেকৈ বুজিব আপুনি?
সমাজ

যৌন নিৰ্যাতনৰ বলি হৈছে নেকি আপোনাৰ কণমাণি সন্তান? কেনেকৈ বুজিব আপুনি?

August 21, 2024
বেঙ্ক ৰাষ্ট্ৰীয়কৰণ দিৱসৰ উপলক্ষে সৰ্বভাৰতীয় বেঙ্ক বিষয়া কনফেডাৰেচনৰ ৰাষ্ট্ৰীয় সম্পাদক ৰূপম ৰয়ৰ প্ৰেছ বিজ্ঞপ্তি
সমাজ

বেঙ্ক ৰাষ্ট্ৰীয়কৰণ দিৱসৰ উপলক্ষে সৰ্বভাৰতীয় বেঙ্ক বিষয়া কনফেডাৰেচনৰ ৰাষ্ট্ৰীয় সম্পাদক ৰূপম ৰয়ৰ প্ৰেছ বিজ্ঞপ্তি

July 19, 2023
Next Post
বড়ো মাধ্যমৰ উপৰিও ৰাজ্যৰ সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰৱৰ্তন কৰিব বড়ো মাধ্যম

বড়ো মাধ্যমৰ উপৰিও ৰাজ্যৰ সকলো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰৱৰ্তন কৰিব বড়ো মাধ্যম

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • ভূপেন হাজৰিকাৰ গীতত সমাজ চেতনা আৰু মানৱতাবাদী দৰ্শন

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • শিক্ষাবিদ ড৹ প্ৰফুল্ল মহন্তৰ চমু জীৱনপঞ্জী

    0 shares
    Share 0 Tweet 0
  • অসমৰ জনজাতি সকলৰ দুৰৱস্থা

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.