• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Monday, June 30, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

BREAKING: ভাৰতীয় ফুটবল সন্থাক নিলম্বন কৰাৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিলে ফিফাই

News Desk by News Desk
August 11, 2024
in ক্ৰীড়া
Share on FacebookShare on Whatsapp
FIFA media release

যোৱা ১৬ আগষ্ট তাৰিখে সদৌ ভাৰত ফুটবল সন্থাৰ ওপৰত আৰোপ কৰা নিলম্বনৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে Federation Internationale de Football Association (FIFA)ই।
উল্লেখ্য যে তৃতীয় পক্ষৰ হস্তক্ষেপ থকাৰ অভিযোগত ফিফাই ভাৰতীয় ফুটবল সন্থাক ফিফাৰ পৰা বাহিৰত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰ পিছতেই দেশৰ ক্ৰীড়া জগতত এক হৈ-চৈৰ সৃষ্টি হৈছিল। ফিফাৰ এই সিদ্ধান্তৰ বাবে ১১-৩০ অক্টোবৰ, ২০২২ত ভাৰতত হ’বলগীয়া ফিফা ১৭ অনূৰ্ধ্ব মহিলা বিশ্বকাপ সামূহিকভাবে বাতিল কৰা  হৈছিল।

Letter from FIFA to AIFF

শুকুৰবাৰে ফিফাই ইংৰাজীত দিয়া এক বিবৃত্তিত জনায়, “The Bureau of the FIFA Council has decided to lift the suspension that was imposed on the All India Football Federation (AIFF) due to undue third-party influence. The decision was taken after FIFA received confirmation that the mandate of the committee of administrators that was set up to assume the powers of the AIFF Executive Committee had been terminated and that the AIFF administration had regained full control of the AIFF’s daily affairs.”
ইয়াৰে পিছতেই এই কথা নিশ্চিত হয় যে অক্টোবৰ মাহত হ’বলগীয়া ১৭ অনূৰ্ধ্ব মহিলা বিশ্বকাপ এতিয়া আগৰ সময় মতেই ভাৰতত অনুষ্ঠিত হ’ব।  

Previous Post

জনস্বাৰ্থ আৰু সংবিধান বিৰোধী – বিদ্যুৎ সংশোধনী বিধেয়ক-২০২২

Next Post

মাচুল বৃদ্ধিক কেন্দ্র কৰি বিভিন্ন মহাবিদ্যালয়ত প্ৰতিবাদ

Related Posts

IPL 2025 : নিলাম হ’ব ৪০৯ গৰাকী বিদেশী ক্ৰিকেটাৰৰ, কোন দলত কোনে পাব স্থান?
ক্ৰীড়া

IPL 2025 : নিলাম হ’ব ৪০৯ গৰাকী বিদেশী ক্ৰিকেটাৰৰ, কোন দলত কোনে পাব স্থান?

November 6, 2024
বিভিন্ন জনগোষ্ঠীৰ মাজত সংঘাতক বিজেপি চৰকাৰে উচটনি দিছে:চিপিআই(এম)
ক্ৰীড়া

বিভিন্ন জনগোষ্ঠীৰ মাজত সংঘাতক বিজেপি চৰকাৰে উচটনি দিছে:চিপিআই(এম)

August 27, 2024
৬৮’ অলিম্পিকৰ অদৃশ্য হিৰ’জন
ক্ৰীড়া

৬৮’ অলিম্পিকৰ অদৃশ্য হিৰ’জন

August 11, 2024
Next Post
মাচুল বৃদ্ধিক কেন্দ্র কৰি বিভিন্ন মহাবিদ্যালয়ত প্ৰতিবাদ

মাচুল বৃদ্ধিক কেন্দ্র কৰি বিভিন্ন মহাবিদ্যালয়ত প্ৰতিবাদ

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.