• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

খেলপথাৰ একেই, ব্যৱধান ৩০৮ দিনৰ!  পাকিস্তানৰ বিৰুদ্ধে এছিয়া কাপত ভাৰতৰ জয়লাভ

News Desk by News Desk
August 11, 2024
in ক্ৰীড়া
Share on FacebookShare on Whatsapp

২০২১ চনৰ অক্টোবৰ মাহৰ ২৮ তাৰিখটো হয়তো ক্ৰিকেট অনুৰাগীসকলে পাহৰিব পৰা নাই। T20 বিশ্বকাপৰ ভাৰত বনাম পাকিস্তানৰ খেলত ১০ উইকেটত জয়লাভ কৰিছিল পাকিস্তানে। আজি সেই একেই ষ্টেডিয়ামত অনুষ্ঠিত হোৱা এছিয়া কাপৰ গ্ৰুপ ষ্টেজ খেলত ৫ উইকেটত জয় লাভ কৰিলে ভাৰতে। 
উল্লেখ্য যে ২০২১ চনৰ অক্টোবৰ মাহত  ডুবাই আন্তৰ্জাতিক ষ্টেডিয়ামত অনুষ্ঠিত পুৰুষ T20 বিশ্বকাপৰ ১৬ সংখ্যক খেলত প্ৰথমবাৰৰ বাবে বিশ্বকাপত পাকিস্তানৰ হাতত পৰাজিত হৈছিল ভাৰত। সেই খেলত ভাৰতে দিয়া ১৫২ ৰানৰ লক্ষ্য পকিস্তানে  অতি সহজতে এটাও উইকেট নেহেৰুৱাকৈ জয়ী হৈছিল।
আজি সেই একেই ষ্টেডিয়ামত ৩০৮ দিনৰ অন্তত হোৱা এছিয়া কাপৰ গ্ৰুপ ষ্টেজ খেলত ৫ উইকেটত জয় লাভ কৰিলে ভাৰতে।
আজিৰ খেলত পকিস্তানে প্ৰথমে বেট ধৰি ১৪৮ ৰাণৰ লক্ষ‍্য দাঙি ধৰে। পাকিস্তানৰ হৈ মহম্মদ ৰিজৱানে  ৪২ বলত ৪৩ ৰাণ কৰে। আনহাতে ভাৰতৰ হৈ ৰবীন্দ্ৰ জাদেজাই ২৯ বলত ৩৫ ৰাণ কৰে। তেওঁক সংগ দিয়ে হাৰ্ডিক পাণ্ডিয়াৰ ১৭ বলত মাৰা ৩৩ ৰাণে।
শেষত ৫ উইকেটৰ ব্যৱধানত ভাৰতে এছিয়া কাপত খেলা প্ৰথম খেলত পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰে। ভাৰতৰ হৈ ভুৱনেশ্বৰ কুমাৰে ৪ টা উইকেট লাভ কৰে। ইয়াৰ লগতেই ৩০৮ দিনৰ অন্তত একেই ষ্টেডিয়ামত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে জয়লাভ কৰে।
ভাৰতে এছিয়া কাপৰ দ্বিতীয় খেল অহা খেল হঙকঙৰ বিৰুদ্ধে ৩১ তাৰিখে খেলিব।

Previous Post

দেওবাৰে ভাঙি পেলোৱা হ’ব দেশৰ সৰ্বোচ্চ অট্টালিকা: নয়ডাৰ টুইন টাৱাৰ

Next Post

#BREAKING: ৰাজ্যত অব্যাহত আছে জাপানীজ এনকেফ্লাইতিছ (JE) ৰ আতংক

Related Posts

IPL 2025 : নিলাম হ’ব ৪০৯ গৰাকী বিদেশী ক্ৰিকেটাৰৰ, কোন দলত কোনে পাব স্থান?
ক্ৰীড়া

IPL 2025 : নিলাম হ’ব ৪০৯ গৰাকী বিদেশী ক্ৰিকেটাৰৰ, কোন দলত কোনে পাব স্থান?

November 6, 2024
বিভিন্ন জনগোষ্ঠীৰ মাজত সংঘাতক বিজেপি চৰকাৰে উচটনি দিছে:চিপিআই(এম)
ক্ৰীড়া

বিভিন্ন জনগোষ্ঠীৰ মাজত সংঘাতক বিজেপি চৰকাৰে উচটনি দিছে:চিপিআই(এম)

August 27, 2024
৬৮’ অলিম্পিকৰ অদৃশ্য হিৰ’জন
ক্ৰীড়া

৬৮’ অলিম্পিকৰ অদৃশ্য হিৰ’জন

August 11, 2024
Next Post
#BREAKING: ৰাজ্যত অব্যাহত আছে জাপানীজ এনকেফ্লাইতিছ (JE) ৰ আতংক

#BREAKING: ৰাজ্যত অব্যাহত আছে জাপানীজ এনকেফ্লাইতিছ (JE) ৰ আতংক

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.