• About Us
  • Contact
  • Disclaimer
No Result
View All Result
THE OPINION
Tuesday, July 1, 2025
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’
No Result
View All Result
THE OPINION
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

বৰষুণে বিধিপথালি দিয়া খেলত ভৰতৰ জয়

News Desk by News Desk
November 2, 2022
in ক্ৰীড়া
Share on FacebookShare on Whatsapp

অষ্ট্ৰেলিয়াত অনুষ্ঠিত টি-২০ বিশ্বকাপত আজি বাংলাদেশৰ বিৰুদ্ধে জয়ী হোৱাৰ পাছতে ছেমি ফাইনেলৰ দিশে আৰু এখোজ আগুৱালে ভাৰতে ।

বুধবাৰে অনুষ্ঠিত বাংলাদেশৰ বিৰুদ্ধে  শীৰ্ষ ১২ খেলখনত বাংলাদেশে টচত জয়ী হৈ প্ৰথমে ভাৰতক বেটিংৰ বাবে আমন্ত্ৰণ জনাই ।  প্ৰথমে বেট ধৰি ভাৰতে ২০ অ’ভাৰৰ বিনিময়ত ৬ উইকেট হেৰুৱাই ১৮৪ ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ বিৰাট কোহোলিয়ে সৰ্বাধিক  ৬৪(৪৪) ৰাণ কৰাৰ উপৰিও অপেনাৰ কে এল ৰাহুলে ৫০(৩২) ৰাণ কৰে।

প্ৰত্যুত্তৰত বাংলাদেশৰ অপেনাৰ লিটন দাসৰ বিস্ফোৰক বেটিংৰ সহায়ত সুন্দৰ আৰম্ভণি কৰিছিল যদিও বৰষুণে বিধি পথালি দিয়ে খেলখনত । বৰষুণৰ বাবে ১৬ অ’ভাৰলৈ হ্ৰাস কৰে আৰু ১৫১ ৰাণৰ টাৰ্গেট বান্ধি দিয়ে। অৱশেষত খেলখনত ৫ ৰাণত পৰাস্ত হয় বাংলাদেশ । এই জয়েৰে শীৰ্ষ ১২ গ্ৰুপ বিৰ শীৰ্ষস্থান দখল কৰিলে ভাৰতে ।

উল্লেখ্য  যে এই খেল খনতে টি-২০ বিশ্বকাপত সৰ্বাধিক ৰাণ কৰা খেলুৱৈ হিচাপে পৰিগণিত হ’ল বিৰাট কোহোলি

SYDNEY, AUSTRALIA – OCTOBER 27: Virat Kohli of India celebrates after reaching their half century during the ICC Men’s T20 World Cup match between India and Netherlands at Sydney Cricket Ground on October 27, 2022 in Sydney, Australia. (Photo by Matt King-ICC/ICC via Getty Images)
Tags: bcciiccinidia cricket teamT-20Wordl cup
Previous Post

অসমৰ ৰাজহুৱা শিক্ষা আৰু শিক্ষানুষ্ঠানৰ অৱস্থা

Next Post

নলবাৰী জিলাত নতুনকৈ ১৭ খন সুৰাৰ বিপণীক অনুজ্ঞাপত্ৰ প্ৰদান কৰা সিদ্ধান্ত বাতিলৰ দাবী ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ

Related Posts

IPL 2025 : নিলাম হ’ব ৪০৯ গৰাকী বিদেশী ক্ৰিকেটাৰৰ, কোন দলত কোনে পাব স্থান?
ক্ৰীড়া

IPL 2025 : নিলাম হ’ব ৪০৯ গৰাকী বিদেশী ক্ৰিকেটাৰৰ, কোন দলত কোনে পাব স্থান?

November 6, 2024
বিভিন্ন জনগোষ্ঠীৰ মাজত সংঘাতক বিজেপি চৰকাৰে উচটনি দিছে:চিপিআই(এম)
ক্ৰীড়া

বিভিন্ন জনগোষ্ঠীৰ মাজত সংঘাতক বিজেপি চৰকাৰে উচটনি দিছে:চিপিআই(এম)

August 27, 2024
৬৮’ অলিম্পিকৰ অদৃশ্য হিৰ’জন
ক্ৰীড়া

৬৮’ অলিম্পিকৰ অদৃশ্য হিৰ’জন

August 11, 2024
Next Post
নলবাৰী জিলাত নতুনকৈ ১৭ খন সুৰাৰ বিপণীক অনুজ্ঞাপত্ৰ প্ৰদান কৰা সিদ্ধান্ত বাতিলৰ দাবী ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ

নলবাৰী জিলাত নতুনকৈ ১৭ খন সুৰাৰ বিপণীক অনুজ্ঞাপত্ৰ প্ৰদান কৰা সিদ্ধান্ত বাতিলৰ দাবী ভাৰতৰ ছাত্ৰ ফেডাৰেছনৰ

Currently Playing

TRENDING

  • অসমীয়া জাতীয় জীৱনত শঙ্কৰদেৱৰ অৱদান

    0 shares
    Share 0 Tweet 0
  • প্ৰগতিবাদী কবি অমূল্য বৰুৱা

    0 shares
    Share 0 Tweet 0
  • হীৰেন গোহাঁই কোন?

    0 shares
    Share 0 Tweet 0
  • গোৱালপাৰৰ উচ্ছেদ অভিযানক অমানৱীয় আখ্যা ডি ৱাই এফ আইৰ : বিকল্প ব্যৱস্থা নকৰাকৈ উচ্ছেদ অভিযান বন্ধ ৰখাৰ দাবী

    0 shares
    Share 0 Tweet 0

THE OPINION is a digital media platform based in Guwahati, Assam. It aims to disseminate the opinions floating in various strata of the society. It believes that the viewers can come to a logical conclusion only when different opinions are allowed to flourish. Let THE OPINIONs bloom.

Categories

  • অভিমত (9)
  • অৰ্থনীতি (5)
  • অসম (84)
  • আন্তঃৰাষ্ট্ৰীয় (7)
  • ক্ৰীড়া (10)
  • জীৱনশৈলী (1)
  • দেশ (63)
  • বাণিজ্য (1)
  • বিজ্ঞান (2)
  • বিশেষ লেখা (10)
  • ভিডিঅ’ (2)
  • ভ্ৰমণ কাহিনী (3)
  • মনোৰঞ্জন (3)
  • ৰাজনীতি (24)
  • শিক্ষা (4)
  • সমাজ (47)
  • সংস্কৃতি (5)
  • সাহিত্য (5)
  • স্বাস্থ্য (4)

© 2022 THE OPINION - Designed by Kareng Technologies.

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • দেশ
  • আন্তঃৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • শিক্ষা
  • সাহিত্য
  • বাণিজ্য
  • বিজ্ঞান
  • মনোৰঞ্জন
  • জীৱনশৈলী
  • ভিডিঅ’

© 2022 THE OPINION - Designed by Kareng Technologies.