Tag: Congress

সম্প্ৰচাৰ সেৱা বিধেয়ক প্ৰত্যাহাৰ-আহি আছে নতুন খচৰা

সম্প্ৰচাৰ সেৱা বিধেয়ক প্ৰত্যাহাৰ-আহি আছে নতুন খচৰা

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে নতুন খচৰা সম্প্ৰচাৰ সেৱা (নিয়ন্ত্ৰণ) বিধেয়ক, ২০২৪ প্ৰত্যাহাৰ কৰা বুলি জানিব পৰা গৈছে। অৱশ্যে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ইয়াকো জানিবলৈ দিয়ে যে “বিশদ আলোচনাৰ অন্তত নতুন খচৰা প্ৰকাশ কৰা হ’ব।” খচৰা বিধেয়কখনৰ সন্দৰ্ভত বিভিন্ন সংস্থাকে ধৰি একাধিক পৰামৰ্শ/ মন্তব্য/ পৰামৰ্শ লাভ কৰা হৈছে আৰু মন্ত্ৰালয়ে খচৰাবিধেয়কখনৰ সন্দৰ্ভত বিষয়টোৰ সৈতে যুক্ত সকলোৰে সৈতে ধাৰাবাহিকভাৱে আলোচনা কৰি আছে। মন্ত্ৰালয়ে একবিবৃতিত কয় যে, “২০২৪ চনৰ ১৫ অক্টোবৰলৈকে মন্তব্য/ পৰামৰ্শ বিচাৰিবলৈ আৰু অতিৰিক্ত সময় প্ৰদান কৰা হৈছে। মন কৰিবলগীয়া যে যোৱা বছৰৰ ১০ নৱেম্বৰত এই খচৰা বিধেয়কখন ৰাজহুৱা কৰা হৈছিল, লগতে বিষয়টোৰ সৈতে ...

লোকসভা সচিবালয়ে খাৰিজ কৰিলে ৰাহুল গান্ধীৰ সাংসদ পদ।

লোকসভা সচিবালয়ে খাৰিজ কৰিলে ৰাহুল গান্ধীৰ সাংসদ পদ।

গুজৰাটৰ চুৰাটৰ মুখ্য দণ্ডাধীশৰ আদালতে ৰাহুল গান্ধীক এক ফৌজদাৰী মানহানি গোচৰত দোষী সাব্যস্ত কৰাৰ পাছতে জনপ্ৰতিনিধি আইন অনুসৰি লোকসভা সচিবালয়ে ...

কংগ্ৰেছৰ সভাপতি নিৰ্বাচনঃ কোন হব কংগ্ৰেছৰ পৰবৰ্তী সভাপতি- খৰ্গে নে থাৰুৰ?

কংগ্ৰেছৰ সভাপতি নিৰ্বাচনঃ কোন হব কংগ্ৰেছৰ পৰবৰ্তী সভাপতি- খৰ্গে নে থাৰুৰ?

ভাৰতৰ জাতীয় কংগ্ৰেছৰ সভাপতি পদৰ বাবে ভোটদান প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ হৈছে। সুদীৰ্ঘ ২৫ বছৰৰ পাছত গান্ধী পৰিয়ালৰ বাহিৰৰ এজন প্ৰাৰ্থী ...

কংগ্ৰেছ, চিপিআই(এম), ৰাইজৰ দল, আঞ্চলিক গণ মৰ্চাকে ধৰি ঐক্যবদ্ধ হ’ল বিৰোধী

অসমৰ চৰকাৰী তথা ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানবোৰ বন্ধ কৰা আৰু অসমীয়া, বড়ো, ৰাভা, কাৰ্বিকে ধৰি ৰাজ্যৰ থলুৱা ভাষা-সংস্কৃতি নিঃশেষ কৰাৰ বাবে ...